গণতন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
1 নং শাৰী:
[[চিত্ৰ:2019 Democracy index.svg|thumb|400px|]]
গণতন্ত্ৰ হ’ল কোনো ৰাষ্ট্ৰৰ (বা কোনো সংগঠনৰ) এনে এটি শাসন ব্যৱস্থা প্ৰত্যেক নাগৰিকৰ নীতি নিৰ্ধাৰণ বা চৰকাৰী প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত সমান অধিকাৰ থাকে। গণতন্ত্ৰত আইন প্ৰস্তাৱনা, প্ৰণয়ণ আৰু প্ৰয়োগৰ ক্ষেত্ৰত সকলো নাগৰিকৰ অংশগ্ৰহণৰ সমান অধিকাৰ আছে যিটো সচৰাচৰ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰ মাধ্যমেৰে হয়। যদিও শব্দটি সাধাৰণতে ৰাজনৈতিক ৰাষ্ট্ৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয় যদিও অন্যান্য সংস্থা বা সংগঠনৰ ক্ষেত্ৰটো এইটো প্ৰযোজ্য।
 
"https://as.wikipedia.org/wiki/গণতন্ত্ৰ"ৰ পৰা অনা হৈছে