বাগ্‌ধ্বনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
1 নং শাৰী:
'''ধ্বনি''' বা '''বাগ্‌ধ্বনি''' :বুলিলে মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে [[ধ্বনি (ব্যাকৰণ)|বাগ্‌ধ্বনি]], বা চমুকৈ ধ্বনিবুজোৱা বোলে৷হয়।<ref name="assamese">{{cite book|title=বাগ্‌ধ্বনি | book=[[অসমীয়া ব্যাকৰণ প্ৰৱেশ]] | author=গোস্বামী, ড°ড॰ শ্ৰীগোলোকচন্দ্ৰ | year=2000 | pages=31-34 | accessdate=10 june 2020}}</ref> ধ্বনি, ধ্বনিগুণ আৰু [[লয় (ব্যাকৰণ)|লয়]]ৰ বিশ্লেষণাত্মক আলোচনাক ধ্বনিবিজ্ঞান (Phonetics) আৰু বৰ্ণবিজ্ঞানৰ (phonemics) অন্তৰ্ভুক্ত কৰা হয়৷হয়। প্ৰাকৃতিৰ বিচাৰ বিশ্লেষণৰ নাম প্ৰাকৃতিবিজ্ঞান (morphemics and morphology) বিভিন্ন স্তৰত এইবোৰৰ ভাষানিৰপেক্ষ বিচাৰ বিশ্লেষণ হ’ব পাৰে; আৰু সেই কাৰণে সামান্য (general) ধ্বনিবিজ্ঞান, বৰ্ণবিজ্ঞান আৰু প্ৰাকৃতিবিজ্ঞান তথা সমস্ত বাগ্‌বিজ্ঞানৰ (general linguistics) সৃষ্টি হৈছে৷হৈছে। বাগ্‌বিজ্ঞানৰ আলোচনা পদ্ধতি ভাষানিৰপেক্ষ হোৱা বাবে জগতৰ ভিন ভিন ভাষাৰ বিশ্লেষণত বা ব্যাকৰণত একেবোৰ পাৰিভাষিক শব্দৰ প্ৰয়োগ হ’ব পাৰে৷পাৰে। সেয়েহে, ভাষাৰ লিখিত ৰূপদানত [[আন্তৰাষ্ট্ৰীয় ধ্বনিলিপি]] (International Phonetic Alphabet) স্বীকৃতি হ’ব পাৰিছে৷পাৰিছে।<ref>{{cite book|title=ভাষা আৰু ব্যাকৰণ | book=অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ | author=গোস্বামী, ড°ড॰ শ্ৰীগোলোকচন্দ্ৰ| year=2017 | pages=33-34 | accessdate=10 june 2020}}</ref>
 
বৰ্তমান ভাষাত ধ্বনিৰ উচ্চাৰণ আৰু আখৰৰ মাজত বৰ্তমানে সামঞ্জস্য দেখা নাযায়৷নাযায়। অসমীয়া ভাষাত আঠোটা বিশিষ্ট স্বৰধ্বনি আৰু একৈশটা বিশিষ্ট ব্যঞ্জন ধ্বনি ('ৱ' আৰু 'য়' এই দুটা অৰ্ধস্বৰ ধৰিলে তেইশটা ব্যঞ্জন বৰ্ণ) উচ্চাৰিত হয়৷হয়।<ref>{{cite book|title=অসমীয়া বৰ্ণমালা | book=অসমীয়া ভাষা | author=বৰুৱা, ড°ড॰ ভীমকান্ত | pages=126-135 | year=2006 | accessdate=10 june 2020}}</ref>
 
== ধ্বনিতত্ত্ব ==
{{main|অসমীয়া ভাষা}}
অসমীয়া ভাষাৰ ধ্বনিতত্ত্বক প্ৰধানত দুটা ভাগত ভগাব পাৰি।
===স্বৰধ্বনি===
যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ গহ্বৰৰ কোনো ঠাইত বাধা নাপায় তাক স্বৰধ্বনি বোলে। লিখিতভাৱে স্বৰধ্বনি ১১টা যদিও; বিশিষ্ট স্বৰধ্বনি আঠটাহে পোৱা যায়। উচ্চাৰণৰ স্থান আৰু ৰীতি অনুসৰি অসমীয়া বিশিষ্ট স্বৰধ্বনিবোৰক তলত দিয়াৰ দৰে দেখুৱাব পাৰি।<ref name=bani2>গ্ৰন্থ-অসমীয়া ভাষাৰ গঠন আৰু বিকাশ, ড॰ বাণীকান্ত কাকতি, ২০০২</ref><ref name=bhim>গ্ৰন্থ-অসমীয়া ভাষা, ড॰ ভীমকান্ত বৰুৱা, বনলতা, ১৯৯৭</ref>
 
12 নং শাৰী:
<center>{{অসমীয়া স্বৰধ্বনি}}</center>
 
===ব্যঞ্জনধ্বনি===
যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ গহ্বৰৰ কোনো ঠাইত বাধা পায় তাক ব্যঞ্জনধ্বনি বোলে। স্বৰধ্বনিৰ সহায়ত ইয়াক উচ্চাৰণ কৰা হয়। লিখিতভাৱে অসমীয়া ভাষাত ৪০টা ব্যঞ্জনধ্বনি পোৱা যায় যদিও অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জনধ্বনি ২১ টাহে পোৱা যায়।<ref name=bani2/><ref name=bhim/>
 
ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটাক স্পৰ্শ, নাসিক্য, পাৰ্শ্বিক, কম্পিত আৰু উষ্ম ভাগত ভাগ কৰা হয়। স্পৰ্শধ্বনিবোৰৰ ভিতৰত ঘোষ আৰু অঘোষ দুই বিধৰ আছে। সেইবোৰ অল্পপ্ৰাণ আৰু মহাপ্ৰাণো হ'ব পাৰে। নাসিক্য, পাৰ্শ্বিক, আৰু কম্পিত ধ্বনিৰ আটাইবোৰ ঘোষ ধ্বনি। উষ্ম ধ্বনিৰ ভিতৰত ঘোষ আৰু অঘোষ দুইবিধ পোৱা যায়। /ঙ/ ৰ বাহিৰে আটাইবোৰ ব্যঞ্জন ধ্বনি শব্দৰ আৰম্ভণি, মাজ আৰু শেষত ব্যৱহাৰ হ'ব পাৰে। কাষৰ তালিকাত ইয়াক স্পষ্ট ৰূপত দেখুওৱা হৈছে।
 
অসমীয়া ভাষাত 'য়' আৰু 'ৱ' এই দুটা অৰ্ধ-স্বৰ বিশিষ্ট-ধ্বনি নহয়। সিহঁত শ্ৰুতি-ধ্বনি ৰূপতহে থাকে। ওচৰা-ওচৰিকৈ থকা দুটা স্বৰ-ধ্বনিৰ আগৰটো 'ই' হ'লে দুয়োটা স্বৰ-ধ্বনিৰ মাজত আপোনা-আপুনি 'য়' উচ্চাৰিত হ'ব আৰু আগৰটো 'উ' বা 'ও' হ'লে আপোনা-আপুনি 'ৱ' উচ্চাৰিত হ'ব।<ref name=upen/>
21 নং শাৰী:
 
==বাগ্‌ধ্বনিৰ কোনো অৰ্থ নাই==
ধ্বনি ভাষাৰ অপৰিহাৰ্য সামগ্ৰী৷সামগ্ৰী। ধ্বনি বা ধ্বনি সমষ্টিৰে আমাৰ মনৰ ভাব প্ৰকাশ কৰোঁ যদিও, বাগ্‌ধ্বনিৰ কোনো অৰ্থ নাই৷নাই।<ref name="assamese"/> উদাহৰণস্বৰূপে-
 
{| class="wikitable"
|-
! উদাহৰণ
! colspan="3" | ধ্বনি
37 নং শাৰী:
|}
 
'''অৰ্থবোৰ মানুহে লগাই দি লোৱা কথা; ধ্বনিবোৰৰ নিজস্ব গুণৰ পৰা অৰ্থ নিৰ্ণীত নহয়৷নহয়। '''
 
কেতিয়াবা এটা মাথোঁ ধ্বনিৰেও এটা আকৃতি বা শব্দ হ’ব পাৰে৷পাৰে। যেন, 'ই' এই 'ই' এটা ধ্বনি৷ধ্বনি। ধ্বনি হিচাপে ইয়াৰ কোনো অৰ্থ নাই৷নাই। কিন্তু যেতিয়া এই 'ই' ধ্বনিটোৰে 'এই মানুহটো বা এই বস্তুটো' বুজোৱা হয় তেতিয়া এই 'ই'-টো অৰ্থযুক্ত হৈ পৰে, আৰু ই কেৱল ধ্বনি হৈ নাথাকি এটা আকৃতি বা ৰূপ বা শব্দত পৰিণত হয়৷হয়।<ref name="assamese"/>
 
==বাগ্‌ধ্বনি আৰু বৰ্ণ==
মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে [[ধ্বনি (ব্যাকৰণ)|বাগ্‌ধ্বনি]], বা চমুকৈ ধ্বনি বোলে৷বোলে।<ref name="assamese">{{cite book|title=বাগ্‌ধ্বনি | book=[[অসমীয়া ব্যাকৰণ প্ৰৱেশ]] | author=গোস্বামী, ড°ড॰ শ্ৰীগোলোকচন্দ্ৰ | year=2000 | pages=31-34 | accessdate=10 june 2020}}</ref> আৰু মানুহে কথা কওঁতে যিবিলাক শব্দ উচ্চাৰণ কৰে, সিহঁতক লিখি প্রকাশপ্ৰকাশ কৰিবলৈ প্ৰত্যেকটোৰে একোটা চিন ব্যৱহাৰ কৰা হৈছে। সেই চিনবিলাকক বর্ণবৰ্ণ বোলা হয়। চলিত কথাত বৰ্ণক আখৰ বোলে।<ref>{{cite book|title=বহল ব্যাকৰণ | সত্যনাথ বৰা | publisher=বীণা লাইব্ৰেৰী | year=September, 2012 | accessdate=10 june 2020}}</ref>
 
==বিশিষ্ট ধ্বনি আৰু আখৰ<ref>{{cite book|title=অসমীয়া ভাষাৰ ব্যাকৰণ | author=গোস্বামী, ড°ড॰ উপেন্দ্ৰনাথ | year=2013 | pages=5-7 | accessdate=10 june 2020}}</ref>==
<div style="float:right; width:34%;">
{| class="wikitable"
|-
! বিশিষ্ট স্বৰ ধ্বনি
! colspan="2" | অসমীয়া আখৰ
86 নং শাৰী:
<div style="float:left; width:64%;">
{| class="wikitable"
|-
! বিশিষ্ট ব্যঞ্জন ধ্বনি
! colspan="5" | অসমীয়া আখৰ
242 নং শাৰী:
 
==বৰ্ণ, অক্ষৰ আৰু আখৰ==
বৰ্ণমালাৰ বৰ্ণবোৰ একো একোটা চিহ্ন বিশেষ; এই বৰ্ণবোৰক আখৰ কোৱা হয়৷হয়। শ্ৰৱণেন্দ্ৰিয়ৰে শুনা স্তৰত যিটো শ্ৰূয়মাণ বৰ্ণ, চাক্ষুষ অৰ্থাৎ দৃশ্যমান স্তৰত সেইটোৱেই আখৰ৷আখৰ। বৰ্ণই প্ৰকাৰান্তৰে আখৰ, আৰু আখৰে প্ৰকাৰান্তৰে বৰ্ণ৷বৰ্ণ।<ref group="টোকা" name="footnoteA">বৰ্ণবিজ্ঞানৰ মতে বৰ্ণ উচ্চাৰিত হ’ব নোৱাৰে৷নোৱাৰে। বৰ্ণ এটা অমূৰ্ত ৰূপ (abstraction); বৰ্ণৰ অন্তৰ্গত ধ্বনিহে (allophone) মানুহৰ মুখত উচ্চাৰিত হয়৷হয়। সেই কাৰণে, বৰ্ণৰ শ্ৰূয়মাণ গুণ বা তেনে কথা ওলালে বৰ্ণৰ উচ্চাৰণাত্মক গুণৰ কথা কোৱা হৈছে বুলি বুজিব লাগে৷লাগে। </ref><ref name="abmb">{{cite book|title=অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ | author=গোস্বামী, ড°ড॰ শ্ৰীগোলোকচন্দ্ৰ | year=2017 | pages=57-83 | accessdate=10 june 2020}}</ref>
 
অসমীয়া আখৰ শব্দটো সংস্কৃত অক্ষৰ শব্দৰ পৰা ওলাইছে যদিও দুয়োটা শব্দৰ অৰ্থ একে নহয়। অক্ষৰ শব্দই syllable বুজায়। এটা মাথোন হৃদস্পন্দন উচ্চাৰিত ধ্বনি বা ধ্বনিসমষ্টিকে অক্ষৰ বোলে।<ref name="abmb"/>
 
'বৰ্ণ', 'অক্ষৰ' আৰু 'আখৰ' এই তিনিওটা প্রকৃতপক্ষেপ্ৰকৃতপক্ষে বেলেগ। সংস্কৃত ভাষাত বৰ্ণসূচক আখৰবোৰে একোটা একোটা অক্ষৰৰো প্রতিনিধিত্বপ্ৰতিনিধিত্ব কৰে; অর্থাৎঅৰ্থাৎ সংস্কৃতৰ আখৰবোৰ অক্ষৰো। উদাহৰণস্বৰূপে, স্বৰ বর্ণমালাৰবৰ্ণমালাৰ অ, আ, ই, ঈ আদি প্রত্যেকটোৱেইপ্ৰত্যেকটোৱেই একো একোটা বর্ণবৰ্ণ আৰু একো একোটা অক্ষৰ; অসমীয়া মতে ইহঁতৰ প্রত্যেকেইপ্ৰত্যেকেই একো একোটা আখৰ; ইহঁত অৱশ্যে অক্ষৰো। ব্যঞ্জন বর্ণমালাৰবৰ্ণমালাৰ ক্ষেত্ৰত সুকীয়া। যেনে-
ক, খ, গ, ঘ আদি প্রত্যেকেইপ্ৰত্যেকেই একো একোটা অক্ষৰহে; কিয়নো ইহঁতৰ প্রত্যেকতেপ্ৰত্যেকতে 'অ' -স্বৰ যুক্ত হৈ থাকে। যেনে- ক=ক্‌অ, খ=খ্‌অ, গ=গ্‌অ, ঘ=ঘ্‌অ ইত্যাদি৷ইত্যাদি। ব্যঞ্জন বৰ্ণৰ আখৰবোৰত দুটাকৈ বৰ্ণ নিহিত হৈ থাকে৷থাকে। এটা হ’ল ব্যঞ্জন বৰ্ণ আৰু আনটো অ -স্বৰ বৰ্ণ৷বৰ্ণ।<ref name="abmb"/>
 
হলন্ত আখৰবোৰহে প্ৰকৃতপক্ষে সংস্কৃত ভাষাত একাকী বৰ্ণ; অৰ্থাৎ क এটা অক্ষৰ আৰু क् এটা বৰ্ণ৷বৰ্ণ।<ref name="abmb"/>
 
অসমীয়াত क (ক) এটা অক্ষৰ, क् (ক্‌) এটা বৰ্ণ
আৰু क (ক) আৰু क् (ক্‌) দুয়োটাই একে আখৰ৷আখৰ।<ref name="abmb"/>
 
==লগতে চাওক==