অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
7 নং শাৰী:
| alt =
| caption =
| author = [[গোলোকচন্দ্ৰ গোস্বামী|ড°ড॰ শ্ৰীগোলোকচন্দ্ৰ গোস্বামী]] <!-- Do NOT change author without first discussing on the talk page. -->
| audio_read_by =
| title_orig =
44 নং শাৰী:
}}
 
'''অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ ({{lang-en|Asamiya Vyakaranar Maulik Vicar}}) :''' অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ এগৰাকী নিৰলসনিৰালস্য সাধক [[গোলোকচন্দ্ৰ গোস্বামী|ড°ড॰ শ্ৰীগোলোকচন্দ্ৰ গোস্বামী]]ৰ “অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ” এখন ব্যাকৰণধৰ্মী গ্ৰন্থ৷গ্ৰন্থ। ১৯৭৫ চনৰ মে মাহৰ ৪ তাৰিখৰ পৰা লিখিবলৈ আৰম্ভ কৰা এই গ্ৰন্থখন ১৯৮৭ চনত আৰ. চি. ভঁৰালীয়ে (শ্ৰীমান ৰামচৰণ ভঁৰালী) প্ৰকাশ কৰে৷কৰে। পৰৱৰ্তী সময়ত এই গ্ৰন্থখনৰ দ্বিতীয়টি সংস্কৰণ বীণা লাইব্ৰেৰী প্ৰকাশনে ১৯৯০ চনত প্ৰকাশ কৰে৷কৰে।<ref>{{cite book|title=অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ | author=গোস্বামী, ড°ড॰ গোলোকচন্দ্ৰ | publisher=বীণা লাইব্ৰেৰী |year=December, 2017 | accessdate=15 june 2020}}</ref>
 
==গ্ৰন্থখনৰ বিষয়বস্তু==
===এক===
'''ভাষা আৰু ব্যাকৰণ :''' ভাষা, ভাষাৰ সামগ্রীসামগ্ৰী, স্বৰ, ব্যঞ্জন, অনুনাসিকতা, লয়ঃ সন্ধি, শ্বাসাঘাত বা বলাঘাত, সুৰ, সুৰ-লহৰ, ধ্বনিবিজ্ঞান আৰু বৰ্ণ বিজ্ঞান, প্রাকৃতিকপ্ৰাকৃতিক বিজ্ঞান, বাগ্‌বিজ্ঞান; আন্তঃৰাষ্ট্রীয়আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি, ভাষা পৰিৱৰ্তনশীলতা, সাধু ভাষা আৰু উপভাষা, ব্যাকৰণ, ব্যাকৰণৰ প্ৰকাৰ, ঐতিহাসিক বিৱৰ্তনমূলক, সাম্প্রতিকসাম্প্ৰতিক বিশ্লেষণাত্মক, সামগ্রিকসামগ্ৰিক আৰু ৰিজনিমূলক ব্যাকৰণ, ব্যাকৰণ দর্শনৰদৰ্শনৰ স্বতন্ত্ৰতা। স্বতন্ত্রতা৷
 
===দুই===
'''অসমীয়া ব্যাকৰণৰ স্বতন্ত্রতাস্বতন্ত্ৰতা :''' অসমীয়া ভাষাৰ জন্ম-পত্রিকাপত্ৰিকা, সাহিত্যিক নিদর্শননিদৰ্শন, অসমীয়াৰ আজু আইতাক সংস্কৃত, সংস্কৃতৰ লগত পার্থক্যৰপাৰ্থক্যৰ কাৰণ, ঐতিহাসিক বিবর্তনবিবৰ্তন, থলুৱা ভাষাৰ প্ৰভাৱ, সংস্কৃত আৰু অসমীয়াৰ গঠনৰ ৰিজনি, বর্ণগতবৰ্ণগত পাৰ্থক্য, সন্ধিগত পাৰ্থক্য, ৰূপগত ৰিজনি, পদৰ শ্রেণীবিভাগশ্ৰেণীবিভাগ, পদৰ ৰূপগত পার্থক্যপাৰ্থক্য - শব্দৰূপত, বচন আৰু লিঙ্গ, পুৰুষ, ধাতুৰূপৰ ক্ষেত্রতক্ষেত্ৰত মিল অমিল, সমাস, পদবিন্যাসগত মিল অমিল, অসমীয়া ব্যাকৰণ সংস্কৃত স্থান, অসমীয়া ব্যাকৰণৰ স্বতন্ত্রতা৷স্বতন্ত্ৰতা।
===তিনি===
'''বর্ণতাত্ত্বিকবৰ্ণতাত্ত্বিক বিচাৰ :''' সাধাৰণ আলোচনা; ধ্বনি আৰু বৰ্ণ; বৰ্ণ আৰু আখৰ; আখৰ আৰু অক্ষৰ; বৰ্ণ, অক্ষৰ আৰু আখৰ; অসমীয়া ভাষাৰ খেলিমেলি; পঢ়াশলীয়া ব্যাকৰণৰ বৰ্ণমালা; (ক) স্বৰবৰ্ণমালা; স্বৰবৰ্ণ, স্বৰবর্ণৰস্বৰবৰ্ণৰ আখৰ আৰু মাত্রামাত্ৰা; সান্ধ্যক্ষৰ তত্ত্ব, অযোগবাহ তত্ত্ব; (খ) ব্যঞ্জন বৰ্ণমালা অসমীয়া ব্যঞ্জনবৰ্ণ; ব্যঞ্জনবৰ্ণ আখৰ; ক্ষ, ড়-ঢ-য়; খণ্ড ত্ (ৎ); অনুস্বাৰ আৰু চন্দ্ৰবিন্দু; অন্তঃস্থবর্ণঅন্তঃস্থবৰ্ণ; (গ) সন্ধিৰ বিচাৰ, প্রচলিতপ্ৰচলিত ব্যাকৰণত অসমীয়া সন্ধি; অসমীয়া সন্ধিৰ স্বৰূপ; দুই প্ৰকাৰৰ সন্ধি; সংস্কৃত সন্ধিৰ স্থান; (ঘ) বানান প্রকৰণৰপ্ৰকৰণৰ প্রয়োজনীয়তাপ্ৰয়োজনীয়তা; লিপ্যন্তৰ সমস্যা; কূট চিহ্নৰ প্রয়োগ৷প্ৰয়োগ।
===চাৰি===
'''ৰূপতাত্ত্বিক বিচাৰ (১) :''' সাধাৰণ আলোচনাঃ অসমীয়া ভাষাৰ বৈচিত্র্যবৈচিত্ৰ্য; ৰূপতত্ত্বৰ মূলকথা; প্ৰাকৃতি; প্রাকৃতিৰপ্ৰাকৃতিৰ বিভাগঃ প্রকৃতিপ্ৰকৃতি; মূলাভাস প্ৰাকৃতি; প্ৰাকৃতি বিভাগঃ প্ৰাতিপদিক বা নাম প্রকৃতিপ্ৰকৃতি; ধাতু প্রকৃতিপ্ৰকৃতি; নামধাতু প্রকৃতিপ্ৰকৃতি; অব্যয় প্রকৃতিপ্ৰকৃতি; সৰ্গৰ অৱস্থানগত বিভাগ; উপসৰ্গ, অনুসৰ্গ; অন্তঃসৰ্গ বা মধ্যসৰ্গ; সৰ্গৰ গুণগত বিভাগঃ প্রত্যয়প্ৰত্যয় আৰু বিভক্তি; কৃৎ আৰু তদ্ধিত; বিভক্তি; শূন্য বিভক্তি; বিভক্তি আৰু প্রত্যয়প্ৰত্যয় বিভাজনৰ সূত্ৰ; অব্যয়পদ; শব্দ; মৌলিক শব্দ; যৌগিক শব্দ; শব্দৰ তিৰ্যক ৰূপ; ব্যাকৰণগত বিষয়; সম্বন্ধবাচক বিশেষ্যত দুতৰপীয়া বিভক্তিৰ সংযোগ৷সংযোগ।
 
==লেখকৰ চমু পৰিচয়==
{{main|গোলোকচন্দ্ৰ গোস্বামী}}
'''গোলোকচন্দ্ৰ গোস্বামী''' (১৯২৩-২০২০) এজন [[অসম|অসমীয়া]] শিক্ষাবিদ আৰু ভাষাতত্ত্ববিদ। অসমীয়া ভাষাৰ ৰূপতত্ত্ব, ধ্বনিতত্ত্ব বিষয়ত বিষয়ত তেওঁৰ অৱদান অতুলনীয়। তেওঁ ১৯৫৪ চনৰ পৰা ১৯৮৫ চনলৈকে [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল। ১৯৬৬ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ "An Introduction to Assamese Phonology"ক অসমীয়া ভাষাতত্ত্বলৈ এক আপুৰুগীয়া অৱদান হিচাপে গণ্য কৰা হয়। জীৱনকালত ড॰ গোস্বামীয়ে প্ৰায় ৬০ খনৰো অধিক গুৰুত্বপূৰ্ণ গ্ৰন্থ, শতাধিক প্ৰবন্ধ ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰি গৈছে।<ref name="আমাৰ">{{cite newsgroup | title=ভাষাতত্ত্ববিদ, সাহিত্যাচাৰ্য গোলোকচন্দ্ৰ গোস্বামীৰ দেহাৱসান | date=25 January 2020 | accessdate=25 January 2020 | newsgroup=আমাৰ অসম}}</ref> ২০২০ চনৰ ২৪ আগষ্টত ৯৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।
==লগতে চাওক==
*ধ্বনিবিজ্ঞানৰ ভূমিকা, ১৯৬৬