ষত্ববিধি (ব্যাকৰণ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
'''ষত্ববিধি (Change of স into ষ) :''' বর্ণগতবৰ্ণগত পৰিৱেশ ভেদে, অর্থাৎঅৰ্থাৎ ঠাই লৈ একেটা ধাতুৰে বা একেটা শব্দৰে দন্ত্য স মূর্ধন্যমূৰ্ধন্য ষ -লৈ ৰূপান্তৰ হোৱাৰ নিয়মকে ষত্নবিধি বোলে।<ref name="abp1">{{cite book|title=[[অসমীয়া ব্যাকৰণ প্ৰৱেশ]] | pages=75-77 | author=গোস্বামী, ড°ড॰ শ্ৰীগোলোকচন্দ্ৰ | year=2012 | publisher=বীণা লাইব্ৰেৰী |accessdate=12 june 2020}}</ref>
 
==ষত্ববিধিৰ নিয়ম ১==
# ক, খ, ত, থ, প, ফ আৰু ম ইহঁতৰ কোনো সৈতে কেৱল “স”ৰ যোগ হয়৷হয়। যেনে- বয়স্ক, স্খলিত, অস্ত, স্থান, স্ফটিক, ভস্ম ইত্যাদি৷ইত্যাদি। কিন্তু ই, ঈ, উ বা ঊ স্বৰৰ পাচত থকা ক, খ, প, ফ বা ম আখৰে সৈতে ষ মাথোন যোগ কৰা হয়৷হয়।<ref name="hk">{{cite book|title=হেমকোষ | author=বৰুৱা, হেমচন্দ্ৰ | publisher=হেমচন্দ্ৰ প্ৰকাশন | year=2007 | accessdate=12 jun 2020}}</ref> যেনে- নিষ্কৰ, দুষ্কৰ, নিষ্পাপ, ভীষ্ম, পুষ্প ইত্যাদি৷ইত্যাদি।
# "ট" আৰু “ঠ”ৰে সৈতে কেৱল মূৰ্ধন্য “ষ” ৰ যোগ হয়; যেনে৷যেনে।<ref name="hk"/> কষ্ট, ষষ্ঠ ইত্যাদি।
 
==ষত্ববিধিৰ নিয়ম ২==
# অসবর্ণৰঅসবৰ্ণৰ বাহিৰে আন স্বৰবৰ্ণ, বা 'ক' বা 'ৰ' আগত থাকিলে, প্ৰত্যয়ৰ = জি + সন্‌ + আ = জিগীষা, মৃ + সন্‌ + উ = মুমূর্ষুমুমূৰ্ষুু, শ্ৰীচৰণ + সু = শ্ৰীচৰণেষু, (৭মী বহুবচন) ইয়াত সন্ প্রত্যয়েৰপ্ৰত্যয়েৰ দন্ত্য স মূর্ধন্যমূৰ্ধন্য ষ হৈছে। সাৎ প্রত্যয়প্ৰত্যয়মূর্ধন্যমূৰ্ধন্য ষ নহয়।<ref name="bbsb">{{cite book|title=বহল ব্যাকৰণ | publisher=বীণা লাইব্ৰেৰী | author=বৰা, সত্যনাথ | pages=51-52 | year=2012 | accessdate=12 jun 2020}}</ref> যেনে- ভূমিসাৎ, অগ্নিসাৎ, জনসাৎ।
# ই বা উ অন্তত থকা উপসর্গৰউপসৰ্গৰ পাচত সদ্‌, সিচ্‌, সিধ্‌, নম্ আৰু স্থা আদি ধাতুৰ স মূৰ্ধন্য ষ হয়। যেনে, বি—সদ্‌ + ঘঞ = বিষাদ, অভি—সিচ্‌ + ঘঞ = অভিষেক, নি—সিধ্‌ + অল্ = নিষেধ, অভি—লস্‌ + ঘঞ = অভিলাষ, প্রতি—স্থাপ্ৰতি—স্থা + ঙ = প্ৰতিষ্ঠা, অনু—স্থা + ক্ত = অনুষ্ঠিত। ইয়াত ধাতুবিলাকৰ স মূৰ্ধন্য ষ হৈছে।<ref name="bbsb"/><ref name="abp1"/>
# ভূমি, গো, অঙ্গু শব্দৰ পাচত থকা স্থ শব্দৰ স, আৰু যুধি শব্দৰ পাচত থকা স্থিৰ শব্দৰ স মূৰ্ধন্য ষ হয়। যেনে ভূমি + স্থ = ভূমিষ্ঠ, গো + স্থ = গোষ্ঠ, অঙ্গু + স্থ = অঙ্গুষ্ঠ, যুধি + স্থিৰ = যুধিষ্ঠিৰ৷যুধিষ্ঠিৰ।<ref name="bbsb"/><ref name="abp1"/>
# প্ৰত্যয় যোগ হ’লেও হবিস্‌ আৰু চক্ষুস্‌, শব্দৰ স মূৰ্ধন্য ষ হয়৷হয়।<ref name="bbsb"/> যেনে- হবিস্‌ + ষ = হবিষ্য, চক্ষুস্‌ + ষ্ণ = চাক্ষুষ৷চাক্ষুষ।
 
==লগতে চাওক==