অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
44 নং শাৰী:
}}
 
'''অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ ({{lang-en|Antahin Preranar Utsa Louis Pasteur}}) :''' ২০০১ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ পোৱা 'অন্তহীন প্ৰেৰণাৰ উৎস লুই [[লুই পেষ্ট'ৰ|পেষ্টিঅ’ৰ]]' নামৰ প্ৰবন্ধ সংকলনখনৰ লেখক অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ [[হোমেন বৰগোহাঞি]]
 
১৮২২ চনৰ ২৭ ডিচেম্বৰত জন্মগ্ৰহণ কৰা ফৰাচী ৰসায়নবিদ আৰু অণুজীৱবিদ [[লুই পেষ্ট'ৰ|লুই পেষ্টিঅ’ৰ]]ই কেনেকৈ বিভিন্ন আৱিষ্কাৰৰ মাধ্যমেৰে মানুহৰ জীৱন ৰক্ষা কৰিছিল৷কৰিছিল। তাৰে জীৱন সংগ্ৰামৰ কাহিনীক লৈ গ্ৰন্থখন ৰচনা কৰা হৈছে৷হৈছে। নেপোলিয়নৰ কিছু কথাও এই গ্ৰন্থখনত উল্লেখ কৰা আছে৷আছে।<ref name="anta">{{cite book|title=অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ | last=বৰগোহাঞি | first=হোমেন, | isbn=81-7665-108-7 | publisher=ষ্টুডেণ্টচ্‌ ষ্ট’ৰচ্ | year=2015 | accessdate=9 june 2020}}</ref>
 
==লেখকৰ চমু পৰিচয়==
52 নং শাৰী:
[[অসম]]ৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত [[পিতা-পুত্ৰ]] গ্ৰন্থখনৰ বাবে [[অসমীয়া ভাষা]]ত [[সাহিত্য অকাডেমি বঁটা]]ৰে সন্মানিত হয়।<ref>[http://www.sahitya-akademi.org/sahitya-akademi/awa10301.htm#assamese Awards 1955–2007] [[Sahitya Akademi]] Official website.</ref>
 
১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ [[লখিমপুৰ জিলা]]ৰ [[ঢকুৱাখনা]]ত জন্ম হয়।
 
==লগতে চাওক==