সাউদৰ পুতেকে নাও মেলি যায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
45 নং শাৰী:
 
 
'''সাউদৰ পুতেকে নাও মেলি যায় ({{lang-en|Saudor Puteke Nao Meli Jay}}) :''' অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ [[হোমেন বৰগোহাঞি]]ৰ এখন জনপ্ৰিয় উপন্যাস৷উপন্যাস। এই 'সাউদৰ পুতেকে নাও মেলি যায়' উপন্যাসখন ১৯৮৭ চনত প্ৰথম প্ৰকাশ পায়৷পায়।<ref name="Sau">{{cite book | title=সাউদৰ পুতেকে নাও মেলি যায় | publisher=ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ | author=বৰগোহাঞি, হোমেন | year=1987 | isbn=81-85905-44-4 | location=গুৱাহাটী | accessdate=5 june 2020}}</ref> উপন্যাসখন দুটা অধ্যায়ত বিভক্ত৷বিভক্ত।
 
অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম সংস্কৰণ প্ৰকাশ পাইছিল ১৯৮৭ চনত। দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিছিল ষ্টুডেণ্টচ্‌ ষ্ট’ৰচে আগষ্ট, ১৯৮৯ চনত। বাপুকণ নামৰ এক কিশোৰৰ মানসিক যাত্ৰা, উত্তৰণ, সংঘাত, আৰু দৰ্শনৰ এক ব্যতিক্ৰমী উপন্যাস সাউদৰ পুতেকে নাও মেলি যায়।<ref>{{cite web|title=সাউদৰ পুতেকে নাও মেলি যায় | url=https://assamesebooks.wordpress.com/2011/11/15/77/amp/ | website=Assamesebooks.wordpress.com | accessdate=5 june 2010}}</ref><ref>{{cite web|title=সাউদৰ পুতেকে নাও মেলি যায় | url=http://axomiyanabaprajanma.com/2020/03/28/book-review-2/ | website=Axomiyanabaprajanma.com | accessdate=5 june 2020}}</ref>