কম্পিউটাৰ বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
36 নং শাৰী:
বৰ্তমান যুগত কম্পিউটাৰ বিজ্ঞান বুলিলে কেইবাটাও বিষয় সামৰি লোৱা হয়।
 
* [[কম্পিউটেবিলিটি থিয়ৰী]] বা [[সংগণনশীলতা তত্ব]]: ইয়াক কম্পিউটাৰ বিজ্ঞানৰ গাণিতীক ভেটি বুলিব পৰা যায়। "চাৰ্চ-টিউৰিং থেচিচ"-অৰ মূল ভেটিৰ ওপৰত প্ৰতিষ্ঠিত এই বিভাগৰ অধীনত সংগণনৰ বা কম্পিউটেশ্যনৰ বিভিন্ন গাণিতীক আৰ্হি আৰু ইহঁতক ব্যৱহাৰ কৰি সমাধান কৰিব পৰা সমস্যাবোৰৰ সম্পৰ্কে অধ্যয়ন কৰা হয়।
* [[কম্পিউটেশ্যনেল কম্লেক্সিটি থিয়ৰী]] বা [[সংগণন বিশ্লেষণ তত্ব]]: এই শীতানৰ অধীনত কম্পিউটাৰৰ সহায়ত সমস্যা সমাধানৰ বিভিন্ন পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰা হয়। ইয়াক কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ মূল ভেটিও বুলিব পৰা যায়।
* অন্যান্য উৎপাদিত বিষয়সমূহ: এই শিতানত কম্পিউটাৰ বিজ্ঞানৰ প্ৰত্যক্ষ উপযোগীতাৰ ফলস্বৰূপে উৎপাদিত বিষয়সমূহক ধৰিব পৰা যায়, যথা-
44 নং শাৰী:
** [[কম্পিউটাৰ নেটৱৰ্কিং]]
 
==তথ্যসূত্ৰ==
{{reflist}}
[[Category:কম্পিউটাৰ বিজ্ঞান]]