চিত্ৰাঙ্গদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Infobox character
|series=[[মহাভাৰত]]|family=[[শান্তনু]] (পিতৃ) [[সত্যৱতী]] (মাতৃ) [[বিচিত্ৰবীৰ্য্য]] (ভাতৃ) [[ভীষ্ম]] (ভাতৃ)|spouse=অবিবাহিত}}
'''চিত্ৰাঙ্গদ ({{lang-sa|चित्रांगद}}, {{lang-en|Chitrāngada}}) :''' কুৰুৰাজ [[শান্তনু]]ৰ পত্নী [[সত্যৱতী]]ৰ গৰ্ভত চিত্ৰাঙ্গদৰ জন্ম হয়। তেওঁৰ ভাতৃ আছিল বিচিত্ৰবীৰ্য্য।
 
==বীৰ যোদ্ধা হিচাপে চিত্ৰাঙ্গদ==
কনিষ্ঠপুত্ৰ [[বিচিত্ৰবীৰ্য্য]] যৌৱনকাল নৌপাওঁতেই কুৰুৰাজ [[শান্তনু]]ৰ মৃত্যু হয়। ভীষ্ম ৰাজসিংহাসন গ্ৰহণ নকৰোঁ বুলি [[ভীষ্ম]] প্ৰতিজ্ঞা কৰিছিল বাবে তেওঁ ৰাজসিংহাসনত নবহে। সেয়ে তেওঁ মাতৃ সত্যৱতীৰ অনুমতি লৈ চিত্ৰাঙ্গদক কুৰুবংশৰ ৰাজসিংহাসনত বহুৱায়।
 
চিত্ৰাঙ্গদ আছিল এজন বীৰ যোদ্ধা। তেওঁ বহুতো শক্তিশালী বীৰ শত্ৰু তথা অসুৰবোৰক মাৰিছিল।
 
এদিন গন্ধৰ্বৰাজে চিত্ৰাঙ্গদক তেওঁৰ সৈতে দ্বন্দ্বযুদ্ধৰদ্বন্দ্ব্বযুদ্ধৰ কাৰণে আহ্বান কৰে। কুৰুক্ষেত্ৰৰ হিৰণ্যৱতী নদীৰ পাৰত দুই যোদ্ধা গন্ধৰ্বৰাজৰ আৰু চিত্ৰাঙ্গদৰ মাজত প্ৰচণ্ড যুদ্ধ হয়। তিনিবছৰ অব্যাহত থকাৰ পিছত, অৱশেষত চিত্ৰাঙ্গদৰ মৃত্যু হয় আৰু সেই দ্বন্দ্বদ্বন্দ্ব্ব যুদ্ধত গন্ধৰ্বৰাজ বিজয়ী হয়।<ref>{{cite book|title=Myths and Legends from India - Great Women|last=Bhanu|first=Sharada|publisher=Macmillan India Limited|year=1997|location=Chennai|isbn=0-333-93076-2|page=6}}</ref> চিত্ৰাঙ্গদৰ মৃত্যুৰ পিছত গংগাপুত্ৰ ভীষ্মই বিচিত্ৰবীৰ্য্যক ৰাজসিংহাসনত বহুৱায়।<ref>van Buitenen (1973), p. 227; Mbhr. 1.95.5-14 (Pune Critical Edition)</ref>
 
==বংশধৰ==
চিত্ৰাঙ্গদৰ পিতৃ-মাতৃ আছিল কুৰুৰাজ শান্তনু আৰু সত্যৱতী বা মৎস্যগন্ধা। তেওঁ আছিল বিচিত্ৰবীৰ্য্যৰ ডাঙৰ ভাই। ভাতৃ ভীষ্ম আছিল তেওঁৰ মাহীমাকৰ পুত্ৰ গংগাৰ। মাতৃ সত্যৱতীৰ আৰু পৰাশৰ মুনিৰ পুত্ৰ আছিল বেদব্যাস। পৰাশৰৰ পুত্ৰ [[বেদব্যাস|ব্যাস]]ৰ মাতৃ সত্যৱতীৰ পিছত হস্তিনাপুৰৰ ৰজা শান্তনুৰ লগত বিবাহ হয় আৰু তেওঁৰ [[চিত্ৰাঙ্গদ]] আৰু [[বিচিত্ৰবীৰ্য্য]] নামেৰে দুই পুত্ৰ জন্ম হয়। শান্তনুৰ দুই পুত্ৰৰ অকাল মৃত্যুৰ পিছত বিচিত্ৰবীৰ্য্যৰ দুই বিধবা ৰাণী [[অম্বিকা]] আৰু অম্বালিকাৰ গৰ্ভত মাতৃৰ আজ্ঞাত নিয়োগ প্ৰথামতে পুত্ৰ উৎপাদন কৰি [[ধৃতৰাষ্ট্ৰ]] আৰু [[পাণ্ডু]]ৰ জন্ম দিয়ে সত্যৱতী আৰু পৰাশৰ পুত্ৰ ব্যাসে।
 
== বংশলতা ==