চিত্ৰলেখা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Infobox deity
| type =
| name = চিত্ৰলেখা <br/> (Chitralekha)
| deity_of = <!-- or god_of / Alusi_of -->
| member_of =
| image = [[File:Chitralekha.jpg|thumb|200px]]
| alt = <!-- for alternate text of the title image per [[WP:ALT]] -->
| caption = সখী [[ঊষা]]ৰ সৈতে চিত্ৰলেখা
| other_names =
| hiro =
| Old_Norse =
| script_name = সংস্কৃত
| script = चित्रलेखा
| affiliation = <!-- or | associate = -->
| cult_center = <!-- or | cult_centre = -->
| abode = শোণিতপুৰ
| planet = পৃথিৱী
| mantra =
| mantra benefits =
| weapon = <!-- or | weapons = -->
| battles =
| artifacts = <!-- or | artefacts = -->
| animals =
| symbol = <!-- or | symbols = -->
| adherents =
| height =
| age =
| age tree =
| treeday = =
| day color = <!-- or | colour = -->
| number =
| color = <!-- or | colour = -->
| number consort = <!-- or | consorts = -->
| parents = কুম্ভাণ্ড (পিতৃ)
| consort = <!-- or | consorts = -->
| siblings =
| parents = কুম্ভাণ্ড (পিতৃ)
| siblingsoffspring = <!-- or | children = -->
| predecessor =
| offspring = <!-- or | children = -->
| predecessor successor =
| successor army =
| armymount = =
| mount texts =
| gender = মহিলা
| texts =
| Hinduism_equivalent =
| gender = মহিলা
| Hinduism_equivalent =
| Canaanite_equivalent =
| equivalent1_type =
46 নং শাৰী:
| equivalent2_type =
| equivalent2 =
| region =
| ethnic_group =
| festivals =
| nirvana =
}}
 
'''চিত্ৰলেখা ({{lang-sa|चित्रलेखा}}; {{lang-en|Chitralekha}}) :''' শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ পত্নী ঊষাৰ সখী আছিল চিত্ৰলেখা৷চিত্ৰলেখা। তেওঁৰ দেউতাক আছিল শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ) -ৰ ৰজা বাণাসুৰৰ মন্ত্ৰী [[কুম্ভাণ্ড]]।<ref name="chitra">{{cite book|title=কুমৰ-হৰণ|author=|publisher=অসম প্ৰকাশন পৰিষদ|pages=19-26|accessdate=26 may 2020|last=কাকতি|first=ড॰ বাণীকান্ত|authorlink=|year=2014|url=|month=August|Book=পুৰণি অসমীয়া সাহিত্য}}</ref> চিত্ৰলেখা এগৰাকী চিত্ৰকৰ আছিল৷আছিল।
 
== কিংবদন্তি ==
{{main|বাণাসুৰ}}প্ৰতাপী অসুৰ ৰজা বাণাসুৰে এখন ডাঙৰ ৰাজ্য শাসন কৰিছিল। [[বিষ্ণু]]ৰ কথা মতে [[বিশ্বকৰ্মা]]ই প্ৰদান কৰা [[ৰাসলিংগ]]ক তেওঁ পূজা কৰিছিল। [[শিৱ]]‌ই ''[[তাণ্ডৱ নৃত্য]]'' কৰিলে ভক্ত বাণে তেওঁৰ সহস্ৰ বাহুৰে [[মৃদংগ]] বজাইছিল। বাণৰ ভক্তিত সন্তুষ্ট হৈ শিৱ‌ই তেওঁক বৰ দিয়ে আৰু বাণক ৰক্ষা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। সময়ৰ লগে লগে বাণ নিষ্ঠুৰ আৰু দাম্ভিক হৈ উঠে। বহুতো ডেকাই কন্যাৰ পাণি গ্ৰহণ কৰিবলৈ বিচৰাত তেওঁ জীয়ৰী [[ঊষা]]ক [[অগ্নিগড়]]ৰ দুৰ্গত বন্দী কৰি ৰাখে।
[[চিত্ৰ:Raja_Ravi_Varma,_Usha's_Dream_(oleographic_print).jpg|right|thumb|ঊষাৰ সপোনত অনিৰুদ্ধ]]
এদিন ঊষাই সপোনৰ এজন পুৰুষক দেখা পাই প্ৰেমত পৰে। ঊষাৰ সখী আছিল বাণ ৰজাৰ মন্ত্ৰী [[কুম্ভাণ্ড]]ৰ জী [[চিত্ৰলেখা]]। প্ৰতিভাবান চিত্ৰকৰ চিত্ৰলেখাই বহু ছবি আঁকি দেখুৱাই সপোনৰ পুৰুষজন [[শ্ৰীকৃষ্ণ]]ৰ নাতি [[অনিৰুদ্ধ]] বুলি চিনাক্ত কৰে। মায়াজালেৰে চিত্ৰলেখাই অনিৰুদ্ধক অপহৰণ কৰি ঊষাৰ ওচৰলৈ লৈ আহে।<ref name="CompetitionShankar2004">{{cite book|author=M. Padmanabhan|author2=Meera Ravi Shankar|title=Tales of Krishna from Mahabharatha|url=https://books.google.com/books?id=39TA4-XyaQkC&pg=PT56|date=1 August 2004|publisher=Sura Books|isbn=978-81-7478-417-9|pages=56–57}}</ref> এই কথা গম পাই বাণে অনিৰুদ্ধক বন্দী কৰি থয়। কৃষ্ণ‌ই অনিৰুদ্ধক মোকোলাবলৈ আহোঁতে বাণাসুৰৰ ৰক্ষক শিৱৰ লগত তেওঁৰ প্ৰচণ্ড যুঁজ হয়। এই যুদ্ধক ''[[হৰি-হৰ যুদ্ধ]]'' বোলে।<ref name="chitra" />
[[চিত্ৰ:Monument_showing_the_historical_"Hari-Hor_Yuddha"_at_Agnigarh_Hill,_Tezpur.jpg|link=চিত্ৰ:Monument_showing_the_historical_%22Hari-Hor_Yuddha%22_at_Agnigarh_Hill,_Tezpur.jpg|right|thumb|340x340px|[[তেজপুৰ]]ৰ [[অগ্নিগড়]]ত থকা 'হৰি-হৰ যুদ্ধ'ৰ বৰ্ণনাত্মক ভাস্কৰ্য]]
যুদ্ধত তেজৰ নৈ বৈ যোৱা বাবে ঠাইডোখৰ পাছলৈ তেজপুৰ বা শোণিতপুৰ বুলি জনাজাত হয়। [[ব্ৰহ্মা]]ৰ হস্তক্ষেপত কৃষ্ণ আৰু শিৱ‌ই যুঁজ বন্ধ কৰিবলৈ সৈমান হয়।<ref>{{cite book||author=Vanamali|title=The Complete Life of Krishna|url=https://books.google.co.in/books?id=LFwoDwAAQBAJ&pg=PT170&dq=banasura+krishna+shiva&hl=en&sa=X&ved=0ahUKEwjgmOrIlvTUAhUFvo8KHcXcANEQ6AEIMjAD#v=onepage&q=banasura%20krishna%20shiva&f=false|year=2012|publisher=Simon and Schuster|isbn=1594776903}}</ref><ref>{{cite book||author=Stephen Knapp|title=Krishna Deities and Their Miracles|url=https://books.google.co.in/books?id=Fw_ODQAAQBAJ&pg=PT16&dq=banasura+krishna+shiva&hl=en&sa=X&ved=0ahUKEwjgmOrIlvTUAhUFvo8KHcXcANEQ6AEIRzAH#v=onepage&q=banasura%20krishna%20shiva&f=false|publisher=Prabhat Prakashan}}</ref><ref>{{cite book|title=Krishna|url=http://books.google.com/books?id=L1SrCwAAQBAJ&pg=PA23|year=2009|publisher=Har Anand Publications|isbn=8124114226|pages=68}}</ref><ref>{{cite book|author=Chandra sekhar Singh|title=The Purans volume-02|url=https://books.google.co.in/books?id=iifBDQAAQBAJ&pg=PT393&dq=banasura+krishna+shiva&hl=en&sa=X&ved=0ahUKEwjm2tT1m_TUAhUJMI8KHQIIBCw4ChDoAQgnMAE#v=onepage&q=banasura%20krishna%20shiva&f=false|publisher=Lulu.com|isbn=1365593274}}</ref> বাণাসুৰে কৃষ্ণক ক্ষমা খোজে আৰু ঊষাক অনিৰুদ্ধলৈ বিয়া দিয়ে।
[[চিত্ৰ:Banasur_Garva_Parihar.jpeg|right|thumb|শ্ৰীকৃষ্ণই বাণাসুৰক ক্ষমা কৰাৰ দৃশ্য]]
 
"https://as.wikipedia.org/wiki/চিত্ৰলেখা"ৰ পৰা অনা হৈছে