মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
4 নং শাৰী:
|caption=বেটুপাত|author=[[অৰূপা পটংগীয়া কলিতা|অৰূপা পটঙ্গীয়া কলিতা]]|audio_read_by=|title_orig=|genre=|orig_lang_code=|translator=|illustrator=|cover_artist=প্ৰদীপ নাথ|country=[[ভাৰত]]|language=[[অসমীয়া ভাষা|অসমীয়া]]|series=১০|release_number=|subject=|image=[[চিত্ৰ:Mariam Astin Athaba Hira Barua.jpeg|thumb|মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱাৰ বেটুপাত]]|name=মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা <br/> (Mariam Astin Athaba Hira Barua)|isbn_note=|publisher=চন্দ্ৰ প্ৰকাশন|pub_date=২০১২|english_pub_date=|published=|media_type=মুদ্ৰণ|pages=২১৬|awards=সাহিত্য অকাদেমী বঁটা, ২০১৪|isbn=978-93-244-0036-9|oclc=|dewey=|set_in=|congress=|preceded_by=|followed_by=|native_wikisource=|wikisource=|notes=|exclude_cover=|publisher2=|website=}}
 
'''মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা ({{Lang-en|Mariam Astin Athaba Hira Barua}}) :''' ২০১৪ বৰ্ষৰ [[সাহিত্য অকাডেমী বঁটা]] প্ৰাপ্ত গ্ৰন্থ “মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা” [[অৰূপা পটংগীয়া কলিতা|অৰূপা পটঙ্গীয়া কলিতা]]ৰ এখন চুটিগল্পৰ সংকলন৷সংকলন।<ref name="mariam"/><ref>{{cite web|title=Sahitya Academy Award 2014 to Noted Assamese writer Arupa Patangia Kalita|url=https://onlineassam.blogspot.com/2014/12/sahitya-academy-award-2014-to-noted.html|accessdate=২ জুন ২০২০}}</ref><ref>{{cite web|title=Sahitya Akademi Awards 2014|url=https://knowindia.gov.in/general-information/sahitya-akademi-awards-2014.php|accessdate=২ জুন ২০২০}}</ref> গ্ৰন্থখন ২০১১ চনৰ পৰা ২০১২ ৰ ভিতৰত লেখা৷লেখা।<ref name="mariam">{{cite book|title=মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা|author=[[অৰূপা পটংগীয়া কলিতা|অৰূপা পটঙ্গীয়া কলিতা]]|publisher=চন্দ্ৰ প্ৰকাশন (দ্বিতীয় প্ৰকাশ)|year=২০১৪|isbn=978-93-244-0036-9|accessdate=২ জুন ২০২০}}</ref> চন্দ্ৰ প্ৰকাশনে ২০১২ চনত এই গ্ৰন্থখন প্ৰথম প্ৰকাশ কৰে৷কৰে।
 
== লেখিকাৰ চমু পৰিচয় ==
{{main|অৰূপা পটংগীয়া কলিতা}}
অৰূপা পটংগীয়া কলিতা ({{Lang-en|Arupa Patangia Kalita}}) : [[অসম]]ৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ ৷গল্পকাৰ।<ref>{{cite web|url=http://samanvayindianlanguagesfestival.org/2011/arupa-patangia-kalita/|title=Arupa Patangia Kalita|publisher=Samanvayindianlanguagesfestival.org|date=|accessdate=2013-06-14}}</ref><ref name="womenswriting1">{{cite web|url=http://www.womenswriting.com/WomensWriting/AuthorProfileDetail.asp?AuthorID=181|title=Women's Writing|publisher=Womenswriting.com|date=|accessdate=2013-06-14}}</ref> তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত [[মৃগনাভি]], [[অয়নান্ত]], আদি উল্লেখযোগ্য৷উল্লেখযোগ্য। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা, প্ৰবীণা শইকীয়া বঁটা আদিৰে সন্মানিত কৰা হৈছে৷হৈছে। তেখেতে '''[[মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা]]''' নামৰ অসমীয়া চুটি গল্প সংকলনৰ বাবে ২০১৪ চনত সন্মানীয় [[সাহিত্য অকাডেমি বঁটা]] লাভ কৰে।
 
অৰূপা পটংগীয়া কলিতাই [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা পাৰ্ল এছ বাক (Pearl S. Buck) ৰ নাৰী চৰিত্ৰসমূহৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে৷কৰে।<ref>{{cite web|url=http://samanvayindianlanguagesfestival.org/2011/arupa-patangia-kalita/|title=Arupa Patangia Kalita|publisher=Samanvayindianlanguagesfestival.org|date=|accessdate=2013-06-14}}</ref> বৰ্তমান তেওঁ [[দৰং জিলা]]ৰ [[টংলা মহাবিদ্যালয়]]ৰ ইংৰাজী বিষয়ৰ প্ৰবক্তা ৰূপে কৰ্মনিৰ্বাহ কৰি আছে৷আছে। <ref name="womenswriting1" />
 
== লগতে চাওক ==