পৰাশৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
2 নং শাৰী:
|image=Ravi_Varma-Shantanu_and_Satyavati.jpg|left|thumb|200px|A painting by Raja Ravi Varma depicting Shantanu wooing the fisherwoman Satyavati]]
|children=[[ব্যাসদেৱ]]}}
'''পৰাশৰ ([[ইংৰাজী]] : Parashara; [[সংস্কৃত]] : पराशर) :''' সূৰ্যবংশৰ ৰজাবিলাকৰ কুলপুৰোহিত আছিল বশিষ্ঠ মুনি৷মুনি।<ref>{{cite book|title=বশিষ্ঠ (হেমকোষ)|author=হেমচন্দ্ৰ বৰুৱা|publisher=হেমকোষ প্ৰকাশন (২০০৭)|accessdate=১ জুন ২০২০}}</ref> [[বশিষ্ঠ]] মুনিৰ পুত্ৰ আছিল [[শক্তি]] আৰু সেই শক্তিৰেই পুত্ৰ আছিল পৰাশৰ৷পৰাশৰ।<ref name="pora">{{cite book|tittle=কথা মহাভাৰত|author=[[প্ৰদীপ শইকীয়া]]|publisher=বনলতা প্ৰকাশন (একাদশ প্ৰকাশ : মাৰ্চ ২০১৫)|isbn=81-7339-384-2|accessdate=১ জুন ২০২০}}</ref> [[সত্যৱতী]] বা [[সত্যৱতী|মৎস্যগন্ধা]]ৰ পুত্ৰ ব্যাসৰ পিতৃ আছিল পৰাশৰ৷পৰাশৰ।
 
==পৰাশৰ, সত্যৱতী আৰু বেদব্যাস==
{{main|বেদব্যাস}}
যমুনানদীৰ খেয়া নৌকাৰ ভিতৰত পৰাশৰ মুনি আৰু [[সত্যৱতী]]ৰ মিলনৰ ফলত [[সত্যৱতী]] গৰ্ভৱতী হয়। পিছলৈ যমুনাৰ এটা দ্বীপত তেওঁৰ জন্ম হয়। ব্যাসৰ জন্মৰ পিছত ঋষি পৰাশৰ আশীৰ্বাদত সত্যৱতী আকৌ কুমাৰ্য্য লাভ কৰিছিল। যমুনাৰ দ্বীপত জন্মগ্ৰহণ কৰা বাবে ব্যাসৰ আন এটা নাম হ’ল দ্বৈপায়ন ।দ্বৈপায়ন। তেওঁৰ দেহৰ বৰ্ণ ক'লা আছিল, সেয়ে তেওঁৰ সম্পূৰ্ণ নাম কৃষ্ণ-দ্বৈপায়ন। তেওঁৰ শিৰত কপিল বৰ্ণৰ জটা আছিল। চকু উজ্জ্বল আৰু মুখত পিঙ্গল বৰ্ণৰ দাড়ি আছিল। তেওঁ তপস্যাৰ বলত মহৰ্ষিত্ব লাভ কৰি বেদক চাৰি ভাগত ভাগ কৰিছিল। সেইবাবে তেওঁ ''বেদব্যাস'' বা 'ব্যাস' নামে পৰিচিত। জন্মৰ পিছতেই তেওঁ মাতৃ সত্যৱতীৰ পৰা অনুমতিলৈ তপস্যাৰ বাবে যাত্ৰা কৰে। তেওঁ [[বদৰিকাশ্ৰম]]ত তপস্যা কৰিছিল। সেইকাৰণে তেওঁ বাদৰায়ণ নামেও জনাজাত।
== বংশধৰ ==
পৰাশৰৰ পুত্ৰ [[বেদব্যাস|ব্যাস]]ৰ মাতৃ সত্যৱতীৰ পিছত হস্তিনাপুৰৰ ৰজা শান্তনুৰ লগত বিবাহ হয় আৰু তেওঁৰ [[চিত্ৰাঙ্গদ]] আৰু [[বিচিত্ৰবীৰ্য্য]] নামেৰে দুই পুত্ৰ জন্ম হয়৷হয়। শান্তনুৰ দুই পুত্ৰৰ অকাল মৃত্যুৰ পিছত বিচিত্ৰবীৰ্য্যৰ দুই বিধবা ৰাণী [[অম্বিকা]] আৰু অম্বালিকাৰ গৰ্ভত মাতৃৰ আজ্ঞাত নিয়োগ প্ৰথামতে পুত্ৰ উৎপাদন কৰি [[ধৃতৰাষ্ট্ৰ]] আৰু [[পাণ্ডু]]ৰ জন্ম দিয়ে সত্যৱতী আৰু পৰাশৰ পুত্ৰ ব্যাসে৷ব্যাসে।<ref name="pora" />
 
== লগতে চাওক ==
"https://as.wikipedia.org/wiki/পৰাশৰ"ৰ পৰা অনা হৈছে