অনিৰুদ্ধ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
20 নং শাৰী:
 
==বংশধৰ==
[[অনিৰুদ্ধ]] আছিল [[প্ৰদ্যুম্ন]] আৰু [[ৰুক্মৱতী]]ৰ সন্তান। যিয়ে [[বাণাসুৰ]]ৰ ([[মহাবলী]]ৰ পুত্ৰ) জীয়েক ঊষাক বিয়া কৰাইছিল। বাণাসুৰ আছিল শোণিতপুৰৰ (বৰ্তমানৰ [[তেজপুৰ]]) ৰজা। অনিৰুদ্ধৰ ককা আছিল ভগৱান শ্ৰীকৃষ্ণ আৰু আইতা দেৱী ৰুক্মিণী।<ref>{{cite book|title=কুমৰ-হৰণ (গ্ৰন্থ : পুৰণি অসমীয়া সাহিত্য) |publisher=অসম প্ৰকাশন পৰিষদ |author=ড॰ [[বাণীকান্ত কাকতি]] |authorlink= |year=ষষ্ঠ প্ৰকাশ : আগষ্ট ২০১৪ |pages=১৯-২৬}}</ref> অনিৰুদ্ধৰ সন্তান আছিল [[বজ্ৰ]] (বা বজ্ৰনাভ)।
 
== লগতে চাওক ==
"https://as.wikipedia.org/wiki/অনিৰুদ্ধ"ৰ পৰা অনা হৈছে