বিৰোধাভাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
 
[[চিত্ৰ:LargeTribarGotschuchenAustria.JPG|thumb|This apparently impossible object, located in Gotschuchen, Austria, projects into a Penrose triangle ]]
'''বিৰোধাভাস, কূট বা পেৰাডক্স ([[ইংৰাজী]] : Paradox) :''' সূত্ৰৰ অন্তৰ্বিৰোধ, মিমাংসাহীন দ্বন্দ্বভাবদ্বন্দ্ব্বভাব<ref name="rav">{{cite book|title=Anglo-Assamese Dictionary|last=গোহাঞি|first=ড°ড॰ হিৰেন|authorlink=|coauthors=|year=|publisher=বনলতা|location=|isbn=|page=|pages=৩০; ৬০২|url=|accessdate=২১ মে ২০২০}}</ref> বা বিৰোধভাস,<ref name="dhar2">{{cite book|title=হেমকোষ|last=বৰুৱা|first=হেমচন্দ্ৰ|authorlink=|coauthors=|year=|publisher=হেমকোষ প্ৰকাশন|location=|isbn=|page=৭৯৫|pages=|url=|accessdate=২১ মে ২০২০}}</ref> যিটোক সাধাৰণতে অসম্ভৱ দেখা যায় কিন্তু আচলতে সঁচা<ref name="kul2">{{cite book|title=Ajanta Comprehensive Dictionary|last=বি. আৰ শৰ্মা|first=প্ৰণৱ কুমাৰ পেগু|authorlink=|coauthors=|year=|publisher=অজন্তা প্ৰকাশন|location=|isbn=|page=৬৫৯|pages=|url=|accessdate=২১ মে ২০২০}}</ref>
<br />
 
==কূট বা পেৰাডক্সৰ উদাহৰণ==
===ৰাছেল (Russell) -ৰ জনপ্ৰিয় পেৰাডক্স বা কূট===
'''* (The Berber Paradox) :''' গাঁৱৰ নাপিত এজনে নিয়ম কৰি লৈছে যে তেওঁ কেৱল সেইবিলাক মানুহৰহে ডাঢ়ি খুৰাব যিবিলাকে নিজে নিজৰ ডাঢ়ি নুখুৰায়৷নুখুৰায়। প্ৰশ্নটো হ’ল নাপিতজনে নিজৰ ডাঢ়ি খুৰাবনে নাই? যদি নাপিতজনে নিজৰ ডাৰি খুৰায়, তেওঁ কৰি লোৱা নিয়মমতে নিজৰ ডাঢ়ি খুৰাব নালাগিছিল (কাৰণ তেওঁ নিজেই নাপিত) আকৌ তেওঁ যদি নিজৰ ডাঢ়ি নুখুৰায়, তেওঁৰ নিয়মমতে তেওঁ নিজৰ ডাঢ়ি খুৰাব লাগিছিল৷লাগিছিল। এই পৰিস্থিতি নাপিতজনে কৰিব কি?<ref>{{cite web |url=https://www.scientificamerican.com/article/what-is-russells-paradox/ |title=what is russells paradox |last= |first= |publisher=scientificamerican.com |date= |website=https://scientificamerican.com |access-date=May 22, 2020}}</ref>
===ছক্ৰেটিছৰ পেৰাডক্স===
“মই এটা কথাই জানো যে, মই একো নাজানো৷”নাজানো। ”
 
== লগতে চাওক ==
"https://as.wikipedia.org/wiki/বিৰোধাভাস"ৰ পৰা অনা হৈছে