আনৰেষ্ট্ৰিক্টেড ৱাৰফেয়াৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
44 নং শাৰী:
}}
 
'''Unrestricted Warfare (simplified Chinese: 超限战; traditional Chinese: 超限戰; lit.: 'warfare beyond bounds') (সীমাবদ্ধহীন যুদ্ধ বা সীমাৰ বাহিৰত যুদ্ধ) :''' ১৯৯৯ চনত চীনৰ 'পিপলচ্‌ লিবাৰেশ্বন আৰ্মি' (People's Liberation Army চমুকৈ PLA) -ৰ দুই কৰ্নেল কিয়াও লিয়াং (Qiao Liang; 乔良) আৰু ওয়াং জিয়াংচুই (Wang Xiangsui; 王湘穗) -য়ে সামৰিক যুদ্ধৰ কলা-কৌশলৰ সম্পৰ্কে লিখা এখন গ্ৰন্থ।<ref>{{Cite journal |last=Liang |first=Qiao |last2=Xiangsui |first2=Wang |date=19 may 2020 |title=Unrestricted Warfare (1999) by Qiao Liang , Wang Xiangsui |journal=People's Liberation Army Literature and Arts Publishing House|citeseerx=10.1.1.169.7179}}</ref> ইয়াৰ প্ৰাথমিক উদ্বেগ বা উৎকণ্ঠা হ’ল এই যে চীনৰ দৰে এখন দেশে কেনেদৰে এখন উন্নত প্ৰতিদ্বন্দ্ব্বীপ্ৰতিদ্বন্দ্ব্ব্বী দেশক (আমেৰিকাৰ দৰে) প্ৰযুক্তিগতভাৱে পৰাস্ত কৰিব পাৰে। প্ৰত্যক্ষ সামৰিক যুদ্ধ মনোনিৱেশ কৰাৰ পৰিৱৰ্তে এই গ্ৰন্থখনত অন্যান্য উপায়ৰ কথা অৱলম্বন কৰা হৈছে। এই ধৰণৰ উপায় অৱলম্বন কৰি আন্তৰাষ্ট্ৰীয় আইন আৰু বিভিন্ন ধৰণৰ আৰ্থিক ব্যৱস্থা প্ৰতিদ্বন্দ্ব্বীপ্ৰতিদ্বন্দ্ব্ব্বী দেশৰ বেয়াহৈ পৰিব লগতে প্ৰত্যক্ষ সামৰিক বাহিনীৰ অৱৰোধ কৰাৰ প্ৰয়োজনীয়তা হ’ব।
 
==লগতে চাওক==