বিক্ৰম ঔৰ বেতাল (ধাৰাবাহিক): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
20 নং শাৰী:
|website=http://www.sagartv.com/vikram-betaal.htm}}
 
'''বিক্ৰম ঔৰ বেতাল ([[ইংৰাজী]] : Vikram Aur Betaal) :''' হ’ল ভাৰতীয় টেলিভিচনৰ ধাৰাবাহিক, যাক দূৰদৰ্শনে প্ৰচাৰ কৰিছিল৷কৰিছিল।<ref name=":0">{{cite web|title=धारावाहिक विक्रम बेताल से जुड़ी जानकारियां | url=https://www.deepawali.co.in/vikram-aur-baital-a-famous-series.html | date =১৪ মে ২০২০}}</ref> ধাৰাবাহিকখনত হিন্দুু পৌৰাণিক কথা আছে৷আছে। কিংবদন্তি ৰজা বিক্ৰম (বিক্ৰমাদিত্য বুলি অনুমান কৰা হয়) আৰু বেতাল (পশ্চিমীয়া সাহিত্যত পিশাচৰ অনুৰূপ আত্মা) -ক লৈ এক কাহিনীৰ আধাৰত ধাৰাবাহিকখন প্ৰচাৰ কৰিছিল৷কৰিছিল। ধাৰাবাহিকখন দুপৰীয়া চাৰি বজাত ([[ভাৰতীয় মান সময়]]) সম্প্ৰচাৰ কৰা হৈছিল৷হৈছিল।
 
বিক্ৰম আৰু বেতাল একাদশ শতাব্দীত কাশ্মীৰী কবি [[সোমদেব ভট্ট]]ৰ “[[বেতাল পঞ্চবিংশতি]]”ৰ আধাৰত ৰচিত ধাৰাবাহিক৷ধাৰাবাহিক।<ref>{{cite web|title=Vikram aur Betal | url=https://m.imdb.com/title/tt0390792/plotsummary?ref_=m_tt_ov_pl |date=১৪ মে ২০২০}}</ref> এই ধাৰাবাহিকখনত মুঠ ২৬ টা২৬টা খণ্ড আছে।<ref>{{cite web|title=Stories of Vikram Betaal |url=https://www.gyanchowk.com/baital-pachisi-stories-in-hindi/ | date=১৪ মে ২০২০}}</ref><ref>{{cite web|title=25 Vikram Betal Stories | url=https://www.pocketfm.in/show/a86022139a95bd18af8e3c6c984a21d4a47f727e | date = ১৪ মে ২০২০}}</ref> প্ৰত্যেকটো খণ্ডতে একটাকৈ সাধু আছে৷আছে।
 
==মুখ্য চৰিত্ৰসমূহ<ref name=":0" />==