ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অশোক স্তম্ভ-লৈ পুনৰ্নিৰ্দেশ কৰা হ'ল
টেগ্‌: New redirect
 
Removed redirect to অশোক স্তম্ভ
টেগ্‌: Removed redirect
1 নং শাৰী:
'''ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক''' {{En|State Emblem of India}} সাৰনাথৰ [[অশোক স্তম্ভ|অশোক স্তম্ভৰ]] ওপৰত থকা প্ৰতীকটোক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ মৰ্যাদা দিয়া হৈছে। এই প্ৰতীকটোৰ ওপৰৰ অংশত তিনিটা মুখমেলি থকী সিংহ (চতুৰ্থ সিংহটো সন্মুখৰ ফালৰ পৰা দেখা নাযায়), তাৰ তলত সোঁমাজত ই চক্ৰ (অশোক চক্ৰ); চক্ৰটোৰ সোঁফালে এটা ষাঁড় গৰু আৰু বাওঁফালে এটা ঘোঁৰা আছে। জন্তু দুটাৰ কাষত আৰু দুটা চক্ৰৰ আধা আধা অংশ দেখা যায়। একেবাৰে তলৰ মুণ্ডক উপনিষদৰ পৰা 'সত্যমেৱ জয়তে' (সত্যৰ সদায় জয়) নামৰ বাক্যশাৰী দেৱনাগৰী লিপিত লিখা হৈছে ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো গ্ৰহণ কৰা হয়।
#REDIRECT [[অশোক স্তম্ভ]]
 
[[শ্ৰেণী:ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক]]