টাইৱান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
RFC এ শেষত তাইৱানৰ ক্ষেত্ৰত দেশ অথবা ৰাষ্ট্ৰ ব্যৱহাৰ কৰিব দিছে
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
109 নং শাৰী:
}}
{{contains Chinese text}} -->
'''টাইৱান''' ({{lang-en|Taiwan}}), চৰকাৰীভাবে '''চীন প্ৰজাতন্ত্ৰ''' ({{lang-en|Republic of China (ROC)}}), পূব [[এছিয়া]]ৰ এটিএখন [[দ্বীপ]]ৰাষ্ট্ৰ। ই টাইৱান প্ৰণালীৰ পূবত চীনা মূল ভূখণ্ডৰ দক্ষিণ-পূবা উপকূলত অৱস্থিত। টাইৱান [[ইউৰেছিয়া]] ফলক প্ৰণালীৰ দ্বাৰা গঠিত আৰু [[ফিলিপাইন]]ৰ দক্ষিণত অৱস্থিত। দ্বিতীয় বিশ্বযুদ্ধৰ শেষত দ্বীপপুঞ্জসমূহ চীন প্ৰজাতন্ত্ৰৰ অধীন হয়। সাধাৰণতে চীন প্ৰজাতন্ত্ৰৰ শাসিত অঞ্চলক বুজাবলৈ "টাইৱান" ব্যৱহৃত হয়। চীন প্ৰজাতন্ত্ৰ [[প্ৰশান্ত মহাসাগৰ|প্ৰশান্ত মহাসাগৰ]]ৰ টাইৱান দ্বীপ, [[অৰ্কিড আইলেণ্ড]], [[গ্ৰীণ আইলেণ্ড]] শাসন কৰে। তদুপৰি পেছকাডৰেছ ([[পৰ্তুগীজ ভাষা]]: Pescadores অৰ্থাৎ "মৎস্যজীৱী বা মাছমৰিয়া"), কিনমেন, ফুচিয়েন তিৰৱৰ্তী মাৎসু আইলেণ্ড প্ৰভৃতি দ্বীপো শাসন কৰে। টাইৱান আৰু ফেংহু দ্বীপপুঞ্জ সমূহ (টাইপেই আৰু কাওছিউং পৌৰসভা বাদ দি) চীন প্ৰজাতন্ত্ৰৰ টাইৱান প্ৰদেশ হিচাপে প্ৰশাসিত হয়।
 
টাইৱান দ্বীপৰ মূল ভূখণ্ড ফুৰমোজা ([[পৰ্তুগীজ ভাষা]]: Ilha Formosa]] অৰ্থাৎ''সুন্দৰী দ্বীপ'') নামেও পৰিচিত। ই পূব এছিয়াৰ চীনা মূল-ভূখণ্ড তিৰৱৰ্তী অঞ্চল আৰু [[জাপান|জাপান]]ৰ মূল- ভূখণ্ডৰ দক্ষিণ-পশ্চিমত অৱস্থিত। জাপানৰ ৰিউকিউ দ্বীপপুঞ্জৰ ঠিক পশ্চিমেই টাইৱান দ্বীপ অৱস্থিত। ইয়াৰ পূবত [[প্ৰশান্ত মহাসাগৰ]], দক্ষিণে [[দক্ষিণ চীন সাগৰ]] আৰু লুজন প্ৰণালী, পশ্চিমে টাইৱান প্ৰণালী আৰু পূবে [[পূব চীন সাগৰ]] অৱস্থিত। টাইৱানৰ দীঘ প্ৰায় কিলোমিটাৰ (২৪৫ মাইল) আৰু প্ৰস্থ প্ৰায় ১৪৪ কিলোমিটাৰ (৮৯ মাইল)। ইয়াত পৰ্বত আৰু ক্ৰান্তীয় অৰণ্য দেখা যায়।
"https://as.wikipedia.org/wiki/টাইৱান"ৰ পৰা অনা হৈছে