টাইৱান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
লিংক দিছোঁ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{dablink|এই নিবন্ধটো ''গণপ্ৰজাতন্ত্ৰী চীন'' সম্পৰ্কিত। প্ৰজাতন্ত্ৰী চীন সম্পৰ্কিয় নিবন্ধৰ কাৰণে, চাওক '''[[টাইৱান]]'''। }}
{{ Infobox country
|conventional_long_name = টাইৱান<br> চীন প্ৰজাতন্ত্ৰ
|native_name = {{nobold|{{lang|zh-hant|中華民國}}}}<br />''Zhōnghuá Mínguó''<!---Do not change to "Jhonghua Minguo" (i.e. Tongyong pinyin); Hanyu pinyin has been the official romanization since 1 January 2009.--->
Line 113 ⟶ 114:
টাইৱান দ্বীপৰ মূল ভূখণ্ড ফুৰমোজা ([[পৰ্তুগীজ ভাষা]]: Ilha Formosa]] অৰ্থাৎ''সুন্দৰী দ্বীপ'') নামেও পৰিচিত। ই পূব এছিয়াৰ চীনা মূল-ভূখণ্ড তিৰৱৰ্তী অঞ্চল আৰু [[জাপান|জাপান]]ৰ মূল- ভূখণ্ডৰ দক্ষিণ-পশ্চিমত অৱস্থিত। জাপানৰ ৰিউকিউ দ্বীপপুঞ্জৰ ঠিক পশ্চিমেই টাইৱান দ্বীপ অৱস্থিত। ইয়াৰ পূবত [[প্ৰশান্ত মহাসাগৰ]], দক্ষিণে [[দক্ষিণ চীন সাগৰ]] আৰু লুজন প্ৰণালী, পশ্চিমে টাইৱান প্ৰণালী আৰু পূবে [[পূব চীন সাগৰ]] অৱস্থিত। টাইৱানৰ দীঘ প্ৰায় কিলোমিটাৰ (২৪৫ মাইল) আৰু প্ৰস্থ প্ৰায় ১৪৪ কিলোমিটাৰ (৮৯ মাইল)। ইয়াত পৰ্বত আৰু ক্ৰান্তীয় অৰণ্য দেখা যায়।
 
টাইৱানৰ মুঠ জনসংখ্যা প্ৰায় ২ কোটি ৩০ লাখ। তাৰে ভিতৰত হক্কেইন সম্প্ৰদায়ৰ লোক সৰ্বাধিক। আন আন অধিবাসী সমূহ হ'ল [[হাক্কা]], প্ৰাচীন টাইৱানবাসী, চীনা টাইৱানবাসী,প্ৰবাসী টাইৱানবাসী ইত্যাদি। প্ৰধান ভাষা হ'ল [[মেণ্ডেৰীন]] আৰু [[টাইৱানী]] (মিননান উপভাষা), [[হাক্কা উপভাষা]] ইত্যাদি প্ৰধান উপভাষা। উচ্চপ্ৰযুক্তি, উষ্ণমণ্ডলীয় কৃষিজাতপণ্য প্ৰভৃতি ৰপ্তানি কৰি টাইৱানে অজস্ৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰে। [[নেন'প্ৰযুক্তি]], আলোক ইলেক্ট্ৰনিক্স, পৰ্যটন ইত্যাদি শিল্প টাইৱানৰ উন্নয়নত সহায়ক।
 
== ইতিহাস ==
"https://as.wikipedia.org/wiki/টাইৱান"ৰ পৰা অনা হৈছে