ভাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
1 নং শাৰী:
{{Assamesecalendar|31|month=ভাদ|monthstart=19 August 2019|float={{{float|right}}}|clear={{{clear|none}}}}}
 
 
'''ভাদ''' অসমীয়া বৰ্ষপঞ্জীৰ পঞ্চম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে [[ব'হাগ]], [[জেঠ]], [[আহাৰ]], [[শাওন]], [[ভাদ]], [[আহিন]], [[কাতি]], [[আঘোণ]], [[পুহ]], [[মাঘ]], [[ফাগুন]] আৰু [[চ'ত]]ৰ অন্যতম।<ref name="assamese-months">{{cite web | url=http://hindupad.com/assamese-months/ | title=Assamese months names}}</ref> ভাদত ৩১ দিন থাকে।<ref name="বৰকটকী">বৰকটকী কোম্পানী, যোৰহাট</ref> এই ভাদ মাহতেই দুই মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]] আৰু [[শ্ৰী শ্ৰী মাধৱদেৱ]]ৰ তিৰোভাৱ তিথি।<ref>{{cite web | url=http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9a89be9ae9f0-9ae9be9b9-9ad9be9a6-9869f09c1-9ac9f09a69f19be-9ac9f09aa9c799f9be/ | title=নামৰ মাহ ভাদ আৰু বৰদোৱা, বৰপেটা | publisher=বিকাশপেডিয়া | accessdate=২০ আগষ্ট ২০১৯ | author=ৰঞ্জিত গোবিন্দ বৰা}}</ref> [[১ ভাদ]] হ'ল এই মাহৰ প্ৰথম দিন। এই দিনটোৰ পৰাই অসমীয়া মানুহে গুৰু দুজনাক সুঁৱৰি [[নামঘৰ]]ত দৈনিক নাম প্ৰসংগ কৰে।
 
== অন্য পঞ্জিকাত ভাদৰ সমসাময়িক মাহ ==
অসমীয়া পঞ্জিকাত ভাদ মাহ চলি থাকোতেথাকোঁতে [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী|গ্ৰেগৰিয়ান পঞ্জিকা]]ত [[আগষ্ট]] আৰু [[ছেপ্টেম্বৰ]] হয়। ভাদ আগষ্টৰ ১৮ তাৰিখ বা ১৯ আগষ্টত আৰম্ভ হয় আৰু ছেপ্টেম্বৰৰ মধ্যলৈকে থাকে।<ref name="বৰকটকী"/> ভাদ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত [[শ্ৰাৱন মাহ|শ্রাৱনশ্ৰাৱন]] মাহ চলি থাকে।<ref name="assamese-months"/>
 
== উৎসৱ পৰ্ব, দিৱস আদি ==
 
# ১ভাদ -- নাম-প্ৰসংগৰ আৰম্ভনি।আৰম্ভণি।
# ২ভাদ -- মাধৱদেৱৰ তিৰোভাৱ তিথি (১৪২৬),কৃষ্ণা পঞ্চমী তিথি।
# ৫ভাদ -- [[শ্ৰীকৃষ্ণ]]ৰ জন্মাষ্টমী (১৪২৬), কৃষ্ণা অষ্টমী তিথি।
# ১৪ভাদ -- মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি (১৪২৬), শুক্লা দ্বিতীয়া তিথি।
# ১৬ভাদ -- [[গণেশ চতুৰ্থী]], [[শ্ৰী শ্ৰী হৰিদেৱ]]ৰ আবিৰ্ভাব তিথি, [[মৃণাল কান্তি দাস]]ৰ স্মৃতি দিৱস(০৩ ছেপ্টেম্বৰ), (১৪২৬), শুক্লা চতুৰ্থী তিথি।
# ১৮ভাদ(৫ছেপ্টেম্বৰ) -- [[আনন্দ চন্দ্ৰ আগৰৱালা]], [[ডঃড॰ সৰ্ব্বপল্লী ৰাধাকৃষ্ণন]]ৰ জন্মদিন (শিক্ষক দিৱস), [[সলিল চৌধুৰী]], [[মাদাৰ টেৰেছা]], [[ইন্দিৰা মিৰি]]ৰ স্মৃতি দিৱস (১৪২৬), শুক্লা সপ্তমী তিথি।
# ২০ভাদ -- [[ঠাকুৰ অনুকূলচন্দ্ৰ]]ৰ আৱিৰ্ভাৱ তিথি।
# ২২ভাদ -- জিতীয়া [[কৰম পূজা]], [[অতুল চন্দ্ৰ হাজৰিকা]] দেৱৰ জন্মদিৱস, [[মফজ্জ্বল হুছেইন]] আৰু [[যোগেশ দাস]]ৰ স্মৃতি দিৱস (০৯ ছেপ্টেম্বৰ)।
"https://as.wikipedia.org/wiki/ভাদ"ৰ পৰা অনা হৈছে