মছজিদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

3 বাইট বিলোপ কৰা হ’ল ,  2 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
No edit summary
 
[[চিত্রচিত্ৰ:Quba.jpg|thumb|200px|মদীনাৰ কুবা মছজিদ বিশ্বৰ প্ৰাচীনতম মছজিদ]]
 
'''মছজিদ''' ({{lang-ar| مسجد}} <small>উচ্চাৰণ:</small>ˈmæsdʒɪd)<ref name="US2008">{{cite web |url= http://www.merriam-webster.com/dictionary/mosque |title= Mosque |collect-time=2010-08-19 |publisher= Merriam-Webster Online Dictionary |year=2010}}</ref> [[মুছলিম]]সকলৰ দলবদ্ধভাবে [[ছালাত|নামাজ]] পঢ়াৰ বাবে নিৰ্মিত স্থাপনা। শব্দটোৰ উৎপত্তি আৰবী "السجود"ৰ পৰা, যাৰ আভিধানিক অৰ্থ ''শ্ৰদ্ধাৰে শিৰ নত কৰা'' অৰ্থাৎ ''ছিজদাহ কৰা''।
 
সাধাৰণতে, যিবোৰ ইমাৰত বা স্থাপনাত মুছলিমসকলে একত্ৰীত হৈ প্ৰতিদিনে পাঁচ ওয়াক্ত [[ছালাত|নামাজ]] ({{lang-ar|صلاة}} ''ছালাত'') আদায় কৰে, তাকেই মছজিদ বোলে। আকৌ যিবোৰ ডাঙৰ আকাৰৰ মছজিদসমূহ নিয়মিত নামাজৰ লগতে শুক্রবাৰৰশুক্ৰবাৰৰ [[জুম'আ]] ৰ [[ছালাত|নামাজ]] আদায় কৰা হয় আৰু অন্যান্য ইছলামিক কাৰ্যাবলী (যেনেকৈঃ [[কোৰআন]] শিক্ষা দিয়া) সম্পাদিত হয়, সেইসমূহ মছজিদক ''জামে মছজিদ'' (مسجد جامع) নামেৰে অভিহিত কৰা হৈছে। [[ইমাম|ইমামে]] [[ছালাত|নামাজৰ]] ইমামতি কৰে বা নেতৃত্ব দিয়ে।
 
মছজিদ মুছলিমসকলৰ বিভিন্ন ধৰ্মীয় কাৰ্যাবলীৰ প্ৰাণকেদ্ৰ। ইয়াত প্ৰাৰ্থনা কৰাৰ উপৰিও শিক্ষা প্ৰদান, তথ্য বিতৰণ আৰু বিৰোধ নিষ্পত্তি কৰা হয়।
[[Image:Panbari_Mosque2.JPG|thumb|left|200px|পানবাৰী মছজিদৰ অন্তৰ্ভাগ]]
 
'''পানবাৰী মছজিদ'''<br> ঐতিহাসিক পানবাৰী মছজিদ [[ধুবুৰী জিলা|ধুবুৰীৰ]] পৰা ২৫ কিঃমিঃ পূবত পানবাৰী আৰু ৰঙামাটিৰ ওচৰত, ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত।<ref>{{cite journal | url=http://itsmynortheast.com/2011/06/a-forgotten-chapter-of-history-panbari-mosque/| title=A forgotten chapter of history – Panbari mosque}}</ref> এইটো মছজিদক অসমৰ আটাইতকৈ পুৰণি মছজিদ বুলি ভবা হয়। ইয়াক বংগৰ শাসক হুচেইন শ্বাহে ১৪৯৩- ১৫১৯ খৃষ্টাব্দৰ সময়চোৱাত নিৰ্মাণ কৰিছিল। মছজিদটোক ইচলামধৰ্মী মোগল সেনাসকলে প্ৰাৰ্থনা-গৃহৰূপে ব্যৱহাৰ কৰিছিল। মছজিদটোৰ সৈতে থকা ইদগাহ পথাৰ আৰু কুঁৱা এটাও উল্লিখিত সময়চোৱাতে সম্ভৱতঃ নিৰ্মাণ কৰা হৈছিল।
==ইতিহাস==
আৰব উপদ্বীপত নিৰ্মাণ হোৱা প্ৰথম তিনিটা মছজিদৰ গঠন আছিল সৰল। সময়ৰ আৱৰ্তনত পৰৱৰ্তী হাজাৰ হাজাৰ বছৰৰ পাছত সেয়া বিশ্বৰ বিভিন্ন দেশৰ নিত্যনতুন কৃষ্টি আৰু স্থাপত্যশৈলীৰ ধাৰক হয়।
 
=== বিস্তাৰ আৰু বিৱৰ্তন ===
বিশ্বৰ বিভিন্ন দেশত মুছলিমসকলৰ অভিযানৰ লগে লগে মছজিদ আৰব উপদ্বীপৰ সীমা পাৰ হৈ বিস্তাৰ লাভ কৰিবলৈ ধৰে। [[৬৪০]] খ্ৰীষ্টাব্দৰ প্ৰথমদিশত [[মিছৰ]]ত বহুত মুছলিমৰ সমাগম ঘটে। তেতিয়া এই দেশত বহুত মছজিদ নিৰ্মাণ কৰা হয়। যাৰ ফলতেই ৰাজধানী [[কায়ৰো]]ক ''হাজাৰ মিনাৰৰ চহৰ'' বুলি মাতা হৈছিল।<ref>{{cite news|url=http://travel.independent.co.uk/africa/article253491.ece |title=Cairo, Egypt |collection-date=September 22, 2007 |publisher=The Independent | place=London | start=Robin | end=Barton | date=February 19, 2001}}</ref>
 
মিছৰীয় মছজিদসমূহত সু্যোগ-সুবিধাৰ ভিন্নতা আছিল, যেনেকৈঃ কিছু মছজিদত আছিল মাদ্ৰাছাৰ নিচিনাকৈ বিদ্যালয়, আকৌ অন্য মছজিদসমূহত অন্তভুৰ্ক্ত আছিল চিকিৎসালয় নাইবা কবৰস্থান।<ref>{{cite book|title=Budge's Egypt: A Classic 19th Century Travel Guide |last=Budge |first=E.A. Wallis |publisher=Courier Dover Publications |date=June 13, 2001 |page=123–128 |ISBN=0-486-41721-2}}</ref>
25,725

টা সম্পাদনা