353 নং শাৰী:
:বঢ়িয়া হৈছে, মই পৰীক্ষা কৰি চালো। সমাজৰ বাটচ'ৰাত প্ৰস্তাৱ এটা দিয়ক। <span style="text-shadow:gray 3px 3px 3px;">[[User:দিব্য দত্ত|<font color="#663300">'''দিব্য দত্ত'''</font>]]&nbsp;([[User Talk:দিব্য দত্ত|বাৰ্তা]])</span> 10:18, 15 June 2020 (ইউ.টি.চি.)
::ধন্যবাদ। আৰু অলপ পৰীক্ষা কৰি লওঁ। তাৰ পাছত প্ৰস্তাৱটো দি দিম। --[[User:SlowPhoton|SlowPhoton]] ([[User talk:SlowPhoton|talk]]) 10:46, 15 June 2020 (ইউ.টি.চি.)
::: [[User:SlowPhoton|SlowPhoton]], বঢ়িয়া। গেজেটৰ কাৰণে সন্মতি নালাগে চাগে, সকলোকে জনালেই হ'ব। জাননীখন এনেকৈ দিব পাৰা- "এই পৃষ্ঠাটোত বঙালী ৰ লুকাই আছে। অনুগ্ৰহ কৰি সংলগ্ন "লাচিত" সঁজুলিৰে সকলো বৰ্ণাশুদ্ধি নিবাৰণ কৰক।" [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 06:30, 16 June 2020 (ইউ.টি.চি.)