প্ৰদূষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
12 নং শাৰী:
* '''[[শব্দ প্ৰদূষণ]]''': কেতিয়াবা বতাহত ভাঁহি অহা কিছুমান অবাঞ্চিত শব্দই মানুহ বা আন জীৱকূলৰ ওপৰত বিৰুপ প্ৰভাৱ পেলাই। তেনে পৰিস্থিতিতেই আমি শব্দ প্ৰদূষণ হোৱা বুলি কওঁ।
 
* '''[[স্থল প্ৰদূষণ]]''': ত্ৰুটিপুৰ্ন কৃষি পদ্ধতি ,বেহিচাপী ভূতলৰ খনন,উদ্যোগ তথা চহৰ নগৰৰ আৱৰ্জনা নিষ্কাসনৰ সঠিক পদ্ধতিৰ অভাৱৰ বাবে পৃথিৱীৰ উপৰিভাগত থকা মাটিভাগৰ গুণগত মাণদণ্ডৰ ব্যাপক হাৰত অৱনতি ঘটাকে আমি সাধাৰণতে স্থল প্ৰদূষণ বুলি কও। কৃষিকাৰ্যত ব্যবহাৰ হোৱা ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যাপক প্ৰয়োগ তথা আবৰ্জনা নিষ্কাষনৰ বিজ্ঞানসন্মত উপায়ৰ অভাবো ইয়াৰ অন্যতম কাৰক।
 
* '''তেজস্ক্ৰীয় প্ৰদূষণ'''
"https://as.wikipedia.org/wiki/প্ৰদূষণ"ৰ পৰা অনা হৈছে