শদিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
95 নং শাৰী:
চুতীয়া ৰাজত্বকালত খন্দোৱা কেইবাটাও পুখুৰী শদিয়াত দেখিবলৈ পোৱা যায়।
 
*আহোম পুখুৰী(মিচিমিয়ে দিয়া নাম): বৰ্তমান এই পুখুৰীটো সম্পূৰ্ণৰূপে অৰুণাচলৰ বাসিন্দাৰ দখলত।
*পদুম পুখুৰী: চপাখোৱাৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰৈৰ অৰুণাচল সীমান্তত অৱস্থিত পদুম পুখুৰী গাঁৱত আছে। কালি প্ৰায় দহ বৰ্গকিলোমিটাৰ, গভীৰতা দহ ফুট।
*আম পুখুৰী: পদুম পুখুৰী পৰা প্ৰায় দুই কিলোমিটাৰ দূৰৈৰ শলখনিৰ ওচৰত আছে। কালি প্ৰায় আধাবিঘামান হব।
*বৰ পুখুৰী: চপাখোৱাৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰৈৰ বৰ পুখুৰী গাঁৱত আছে। দীঘলে প্ৰায় এশমিটাৰ আৰু বহলে প্ৰায় ত্ৰিশমিটাৰ।
*নৌ বহৰ : পুখুৰী সদৃশ এই নৌবহৰ টোক বৰ্তমান লাচিত ষ্টেডিয়াম নামেৰে জনাজাত। ইয়াক এখন খেল পথাৰলৈ উন্নিতকৰণ কৰা হৈছে। এই পুখুৰীত পানী জমা নহয়। অসমত হয়তো এইটোৱে একমাত্ৰ এটা পুখুৰীত নিৰ্মাণ কৰা একমাত্ৰ ষ্টেডিয়াম।
 
===অন্যান্য কীৰ্তিচিহ্ন===
"https://as.wikipedia.org/wiki/শদিয়া"ৰ পৰা অনা হৈছে