প্ৰৱেশ্যতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
[[File:Diel.png|thumb|আহিত কণাসমূহে পৰাবৈদ্যুতিক মাধ্যমত মেৰুকৰণ প্ৰক্ৰিয়া লাভ কৰা দেখা গৈছে। মেৰুকৰণ প্ৰক্ৰিয়াৰ বাবে কম প্ৰৱেশ্যযুক্ত (প্ৰতি একক আধান) এক মাধ্যমৰ বৈদ্যুতিক অভিবাহৰ পৰিমাণ বেছি]]
 
[[বিদ্যুৎ চুম্বকত্ব]]ৰ ক্ষেত্ৰত, '''পৰম প্ৰৱেশ্যতা''' ([[ইংৰাজী]]: Absolute Permittivity) হৈছে কোনো এক মাধ্যমত এখন [[বৈদ্যুতিক ক্ষেত্ৰ]] সৃষ্টি কৰোতেকৰোঁতে লাভ কৰা বাধাৰ পৰিমাণ। অন্যধৰণেৰে কবলৈ গলে, প্ৰৱেশ্যতা হৈছে [[পৰাবৈদ্যুতিক]] মাধ্যমত এখন বৈদ্যুতিক ক্ষেত্ৰই কেনেদৰে প্ৰভাৱ পেলায় বা প্ৰভাৱ লাভ কৰে। কোনো এক মাধ্যমৰ প্ৰৱেশ্যতাই সেই মাধ্যমৰ প্ৰতি একক আধানৰ অনুপাতে সৃষ্টি হোৱা বৈদ্যুতিক ক্ষেত্ৰ ( বা [[বৈদ্যুতিক অভিবাহ]]) ৰ পৰিমাণক সূচায়। মেৰুকৰণ প্ৰক্ৰিয়াৰ বাবে কম প্ৰৱেশ্যযুক্ত (প্ৰতি একক আধান) এক মাধ্যমৰ বৈদ্যুতিক অভিবাহৰ পৰিমাণ বেছি। প্ৰৱেশ্যতা [[বৈদ্যুতিক প্ৰৱণতা]]ৰ সৈতে সম্পৰ্কিত, যিয়ে কোনো এক বৈদ্যুতিক ক্ষেত্ৰ সাপেক্ষে এটা পৰাবৈদ্যুতিক মাধ্যমে কিমান সহজে মেৰুকৃত হয়, তাক সূচায়। গতিকে, প্ৰৱেশ্যতা কোনো পদাৰ্থৰ বৈদ্যুতিক ক্ষেত্ৰ এখনক বাধা দিয়াৰ সামৰ্থতাৰ লগত সম্পৰ্কিত।
 
এছ আই এককত, প্ৰৱেশ্যতা প্ৰতি মিটাৰত থকা ফেৰাডৰ পৰিমাণত জোখা হয় ( ফেৰাড/মিটাৰ)(F/m)। বৈদ্যুতিক প্ৰৱণতা এক মাত্ৰাবিহীন ৰাশি। এই দু্য়োটা ৰাশিৰ মাজৰ সম্পৰ্ক তলত দিয়াধৰণেৰে দিয়া হয়-
 
:<math>\varepsilon = \varepsilon_{\text{r}} \varepsilon_0 = (1+\chi)\varepsilon_0 </math>