দ্ৰুতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
→তাৎক্ষণিক দ্ৰুতি: বানান শুধৰণি, ব্যাকৰণ শুধৰণি টেগ্: ম'বাইল সম্পাদনা ম'বাইল এপ্ সম্পাদনা Android app edit |
অ 2409:4065:485:B7F6:23A6:CF76:6925:DEFD (কথা-বতৰা)ৰ সম্পাদনাসমূহ TextCleanerBotয়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নিয়া হৈছে । টেগ্: Rollback SWViewer [1.4] |
||
9 নং শাৰী:
:<math>v = \frac{d}{t},</math>
য'ত <math>v</math> হৈছে দ্ৰুতি, <math>d</math> হৈছে দূৰত্ব, <math>t</math> হৈছে সময়। এজন চাইকেল আৰোহীে যদি ২ ছেকেণ্ডত ৩০ মিটাৰ দূৰত্ব অতিক্ৰম কৰে, তেন্তে তেওঁৰ দ্ৰুতি হ'ব ১৫ মিটাৰ প্ৰতি ছেকেণ্ড। গতি অৱস্থাত থকা বস্তুৰ বিভিন্ন দ্ৰুতি থাকিব পাৰে, যেনে এখন গাড়ীয়ে ৰাস্তাত ৫০ কিল'মিটাৰ প্ৰতি ঘণ্টা, ০ কিল'মিটাৰ প্ৰতি ঘণ্টা আৰু তাৰপাছত ৩০ কিল'মিটাৰ প্ৰতি ঘণ্টা এনেদৰে যাব পাৰে।
কোনো এটা মুহূৰ্তৰ দ্ৰুতি অথবা একদম ক্ষুদ্ৰ সময়সীমাৰ দ্ৰুতিয়েই হৈছে তাৎক্ষণিক দ্ৰুতি। গাড়ীৰ স্পিড'মিটাৰত যিকোনো মূহুৰ্ৎ গাড়ীখনৰ তাৎক্ষণিক দ্ৰুতিৰ প্ৰকাশ হৈ থাকে।
গাণিতিকভাৱে,তাৎক্ষণিক দ্ৰুতি হৈছে সময় সাপেক্ষে স্থানৰ [[অৱকলজ]]
15 নং শাৰী:
যদি <math>s</math> হৈছে <math>t</math> সময়ত অতিক্ৰম কৰা দূৰত্ব, তেন্তে দ্ৰুতি হ'ব <math>s</math>ৰ সময়-অৱকলজ
:<math>v = \frac{ds}{dt}.</math>
যেতিয়া [[বেগ]] ধ্ৰুৱক হৈ থাকে, তেতিয়া ইয়াক সৰলাকাৰে <math>v=s/t</math> এনেদৰেও প্ৰকাশ কৰিব পাৰি।
===গড় দ্ৰুতি===
|