দ্ৰুতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2409:4065:485:B7F6:23A6:CF76:6925:DEFD (কথা-বতৰা)ৰ সম্পাদনাসমূহ TextCleanerBotয়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নিয়া হৈছে ।
→‎তাৎক্ষণিক দ্ৰুতি: মূহুৰ্ৎ>মুহূৰ্তৰ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
10 নং শাৰী:
য'ত <math>v</math> হৈছে দ্ৰুতি, <math>d</math> হৈছে দূৰত্ব, <math>t</math> হৈছে সময়। এজন চাইকেল আৰোহীে যদি ২ ছেকেণ্ডত ৩০ মিটাৰ দূৰত্ব অতিক্ৰম কৰে, তেন্তে তেওঁৰ দ্ৰুতি হ'ব ১৫ মিটাৰ প্ৰতি ছেকেণ্ড। গতি অৱস্থাত থকা বস্তুৰ বিভিন্ন দ্ৰুতি থাকিব পাৰে, যেনে এখন গাড়ীয়ে ৰাস্তাত ৫০ কিল'মিটাৰ প্ৰতি ঘণ্টা, ০ কিল'মিটাৰ প্ৰতি ঘণ্টা আৰু তাৰপাছত ৩০ কিল'মিটাৰ প্ৰতি ঘণ্টা এনেদৰে যাব পাৰে।
===তাৎক্ষণিক দ্ৰুতি===
কোনো এটা মুহূৰ্তৰ দ্ৰুতি অথবা একদম ক্ষুদ্ৰ সময়সীমাৰ দ্ৰুতিয়েই হৈছে তাৎক্ষণিক দ্ৰুতি। গাড়ীৰ স্পিড'মিটাৰত যিকোনো মূহুৰ্ৎমুহূৰ্তৰ গাড়ীখনৰ তাৎক্ষণিক দ্ৰুতিৰ প্ৰকাশ হৈ থাকে।
গাণিতিকভাৱে,তাৎক্ষণিক দ্ৰুতি হৈছে সময় সাপেক্ষে স্থানৰ [[অৱকলজ]]
:<math>v = \left|\boldsymbol v\right| = \left|\dot {\boldsymbol r}\right| = \left|\frac{d\boldsymbol r}{dt}\right|\,.</math>
যদি <math>s</math> হৈছে <math>t</math> সময়ত অতিক্ৰম কৰা দূৰত্ব, তেন্তে দ্ৰুতি হ'ব <math>s</math>ৰ সময়-অৱকলজ
:<math>v = \frac{ds}{dt}.</math>
যেতিয়া [[বেগ]] ধ্ৰুৱক হৈ থাকে, তেতিয়া ইয়াক সৰলাকাৰে <math>v=s/t</math> এনেদৰেও প্ৰকাশ কৰিব পাৰি।
 
===গড় দ্ৰুতি===
"https://as.wikipedia.org/wiki/দ্ৰুতি"ৰ পৰা অনা হৈছে