স্ফিংছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

চিত্ৰ সংযোগ
1 নং শাৰী:
{{Infobox ancient site
{{unreferenced}}
|name =স্ফিংছ
|native_name =
|alternate_name =
|image = File:sphinixbackground.JPEG
|alt =
|caption = ইজিপ্তৰ এক উল্লেখযোগ্য পিৰামিড
|map_type =
|map_alt =
|map_size =
|relief = yes
|coordinates =
|location = ইজিপ্ত
|region =
|length = ২৪০ ফুট (৭৩ মিটাৰ)
|width = ৬৬ ফুট (২০ মিটাৰ)
}}
 
'''স্ফিংছ'''ক এতিয়ালৈকে মানৱ নিৰ্মিত অতিশয় বিশাল আৰু বৰ্তি থকা আটাইতকৈ পুৰণি এবিধ শিল্পকলা বুলি বিশ্বাস কৰা হয়। ৪৫০০ বছৰ পুৰণি শিল্পকলাটো ইজিপ্তৰ এক উল্লেখযোগ্য পিৰামিড [[গিজা]]ৰ কাষত অৱস্থিত। এটুকুৰা চূণৰ পাথৰত মহান স্ফিংছৰ নক্সা কটা হৈছে আৰু পৃথিৱীৰ ভিতৰতে ই এবিধ বিশাল প্ৰতিমা। দীঘে ২৪০ ফুট (৭৩ মিটাৰ) আৰু ৬৬ ফুট (২০ মিটাৰ) উচ্চতাৰে বিশ্বৰ সকলোতকৈ ডাঙৰ স্মৃতিসৌধবোৰৰ ভিতৰতে এবিধ হৈ বৰ্তি আছে। মহান স্ফিংছক এতিয়ালৈকে মানৱ নিৰ্মিত অতিশয় বিশাল আৰু বৰ্তি থকা আটাইতকৈ পুৰণি এবিধ শিলৰ শিল্পকলা বুলি বিশ্বাস কৰা হয়। এই শিল্পকলা [[ইজিপ্ত]]ৰ পুৰণা সাম্ৰাজ্যৰ সময়ত ৰজা [[কাফৰে]]ৰ বাবে নিৰ্মাণ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়। পৌৰাণিক কথা মতে স্ফিংছ হৈছে এটা সিংহৰ শৰীৰ আৰু এজন মানুহৰ শিৰৰ সৈতে এক সৃষ্টি আৰু প্ৰাচীন কালৰ পৰা এতিয়ালৈকে ই ইজিপ্তৰ এক চিহ্ন।
 
"https://as.wikipedia.org/wiki/স্ফিংছ"ৰ পৰা অনা হৈছে