২৩ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
4 নং শাৰী:
 
==জন্ম==
 
ক)১৯০৭ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ অৰ্থনীতিবিদ জেম্ছ মিডেৰ জন্ম হৈছিল।
 
খ)১৯১২ চনৰ আজিৰ দিনটোতে ইংৰাজ বৈজ্ঞানিক আৰু কম্পিউটাৰ বৈজ্ঞানিক এলেন টুয়ুৰিঙৰ জন্ম হয় ।
 
গ)১৯২৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ গায়িকা জুন কাৰ্টৰ জন্ম হৈছিল ৷
 
ঘ)১৯৩৪ চনৰ আজিৰ দিনটোতে গান্ধীবাদী বিছাৰক আৰু সামাজিক কৰ্মকৰ্তা চণ্ডী প্ৰসাদ ভট্টৰ জন্ম হৈছিল ৷
 
ঙ)১৯৩৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ফুটবলৰ খেলুৱৈ প্ৰদীপ কুমাৰ বেনাৰ্জীৰ জন্ম হৈছিল ৷
 
== মৃত্যু ==
"https://as.wikipedia.org/wiki/২৩_জুন"ৰ পৰা অনা হৈছে