২৩ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2 নং শাৰী:
 
==ঘটনাৱলী==
 
ক)১৭৫৭ চনৰ আজিৰ দিনটোতে পলাশী যুদ্ধত বিট্টিশ সেনা আৰু চিৰাজ উদ দৌল্লাৰ মাজত যুদ্ধ আৰম্ভ হয়।
 
খ)১৯৬০ চনৰ আজিৰ দিনটোতে জাপান আৰু আমেৰিকাৰ মাজত সুৰক্ষা সন্দৰ্ভত বুজা বুজি হয়।
 
গ)১৯৬৯ চনৰ আজিৰ দিনটোতে ৱাইন ই বাৰ্গৰ চুপ্ৰীম কৰ্টৰ মুখ্য ন্যায়াধীশ হয় ৷
 
ঘ)১৯৯১ চনৰ আজিৰ দিনটোতে আফ্ৰিকাৰ দেশ মালদোৱাৰ স্বাধীনতা ঘোষণা কৰে ৷
 
ঙ)১৯৯৬ চনৰ আজিৰ দিনটোতে শ্বেইখ হাছিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ শপত লয়।
 
চ)২০০৩ চনৰ আজিৰ দিনটোতে উইলম্বন টেনিছ প্ৰতিযোগিতা আৰম্ভ হয় ৷
 
ছ)২০০৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ বংগালৰ অভিনেত্ৰী সোমিত্ৰ চেটাৰ্জীক দাদা চাহেব ফাল্কে পুৰস্কাৰ বটাঁ দিয়াৰ কাৰণে চয়ন সমিতিয়ে আহ্বান কৰে।
 
জ)২০১৭ চনৰ আজিৰ দিনটোতে মোহম্মদ বিন নায়কৰ পিছত মোহম্মদ বিন ছলমান চাউদী আৰবৰ নতুন উত্তৰাধিকাৰী নিযুক্ত হয় ৷
 
==জন্ম==
"https://as.wikipedia.org/wiki/২৩_জুন"ৰ পৰা অনা হৈছে