পুলস্ত্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা ঋষি পুলস্ত্যৰ পৰা পুলস্ত্যলৈ দিব্য দত্তয়ে স্থানান্তৰ কৰিলে
→‎বংশ পৰিচয়: 'পুৰাতাত্ত্বিক নিদৰ্শন' অংশটো অনুপযুক্ত যেন বোধ হ’লে মুচি দিব পাৰে৷
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
49 নং শাৰী:
 
==বংশ পৰিচয়==
==পুৰাতাত্ত্বিক নিদৰ্শন==
[[File:King Parakramabahu the great.jpg|thumb|left|200px]]
 
শ্ৰীলঙ্কাৰ পোলোন্নাৰুৱা (Polonnaruwa) অঞ্চলৰ মাটিৰ খনন কাৰ্যত গ্ৰেনাইট পাথৰত তৈয়াৰী এটি মানৱমূৰ্ত্তি পোৱা যায়। প্ৰাথমিকভাৱে ঐতিহাসিকবিদসকলে মূৰ্তিটোক ৰজা [[:en:Parakramabahu I|প্ৰথম পৰাক্ৰমবাহু]] বুলি অনুমান কৰিলেও পিছত তাক ঋষি পুলস্ত্যৰ মূৰ্তি বুলি অনুমান কৰা হয়। কিন্তু এই অনুমান মিছা বুলি [[:en:Senarath Paranavithana|সেনাৰাথ পাৰানাভিথানা]]ই প্ৰমাণ কৰে৷
 
==লগতে চাওক==
# [[ঋষি বিশ্ৰবা]]
"https://as.wikipedia.org/wiki/পুলস্ত্য"ৰ পৰা অনা হৈছে