কপৌ ফুল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
25 নং শাৰী:
== বিস্তৃতি ==
[[File:Rhynchostylis retusa infloresence closeup.jpg|left|thumb|কপৌ ফুল, ওচৰৰ পৰা]]
এই অৰ্কিড অৰ্ধ পৰ্ণপাতী আৰু নিম্ন উচ্চতাৰ শুকান পৰ্ণপাতী অৰণ্য সমূহত ভূ-ভাগৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা আৰম্ভ কৰি প্ৰায় ১৩০০ মিটাৰ লৈকে পোৱা যায়। ইহঁতৰ ভৌগোলিক বিস্তৃতি [[বাংলাদেশ]], বেনিন, [[বাৰ্মা]], [[কম্বোডিয়া]], [[চীন]], [[ভাৰত]], [[ইন্দোনেচিয়া]], লাওচ[[লাউচ]], [[মালয়েছিয়া]], [[নেপাল]], [[ফিলিপাইন]], চিংগাপ'ৰ[[ছিংগাপুৰ]], [[শ্ৰীলংকা]], [[থাইলেণ্ড]] আৰু [[ভিয়েটনাম]]লৈকে বিয়পি আছে।<ref name=ob>[http://orchidblooming.com/cgi-bin/ob.pl?route=product/product&product_id=163 "Rhynchostylis Retusa"]. Orchid Blooming. Retrieved on 2013-03-18.</ref><ref name=tropicos>[http://www.tropicos.org/Name/23500522?tab=distribution "Distribution - Rhynchostylis retusa"]. Tropicos.org. Retrieved on 2013-03-18.</ref>
 
ভাৰতত এই উদ্ভিদ ঘাইকৈ উত্তৰ পূৰ্বাঞ্চল, [[উৰিষ্যা]] আৰু [[অন্ধ্ৰ প্ৰদেশ]]ত পোৱা যায়। বায়'-পাইৰেছীৰ কবলত পৰি এই উদ্ভিদ এতিয়া ভাৰতত লুপ্ত হোৱাৰ পথত। কপৌ ফুলক [[অসম]] আৰু [[অৰুণাচল প্ৰদেশ]]ৰ ৰাজ্যিক ফুল হিচাপে মান্যতা দিয়া হৈছে।
36 নং শাৰী:
ঔষধিয় গুণৰ বাবে এই উদ্ভিদ কটা-ছিঙা, ঘা আদিৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। কাণ পকিলে বা কাণৰ বিষ হ'লে বিষ নিৰাময়ৰ বাবে কপৌফুলৰ কেঁচা পাতৰৰস এক-দুইটোপাল ব্যৱহাৰ কৰা হয়।
 
অসমত এই অৰ্কিড খুব জনপ্ৰিয় আৰু অসমীয়া [[ব'হাগ বিহু]]ৰ লগত ওতপ্ৰোতওতঃপ্ৰোত সমন্ধ আছে। বিহু নাচিবৰ বাবে বিহুৱতীৰ মূৰৰ খোপাত কপৌ ফুল ব্যৱহাৰ হয়। ডেকা- গাভৰু সকলে ইয়াক প্ৰেমৰ প্ৰতীক হিচাপে গণ্য কৰে। লগতে এই অৰ্কিডক উৰ্বৰতা আৰু সুখ সমৃদ্ধিৰ চিহ্ন হিচাপেও প্ৰক্ষেপ কৰা যায়। স্থানীয় লোকৰ বিবাহ অনুষ্ঠানতো এই অৰ্কিডৰ ফুল ব্যৱহাৰ হয়। জনজীৱনৰ লগত ইয়াৰ ওতপ্ৰোতওতঃপ্ৰোত সমন্ধ আৰু গুৰুত্বৰ বাবে ইয়াক প্ৰায়ভাগ অসমীয়া পৰিয়ালৰ চৌহদত ৰোপণ কৰা দেখা যায় আৰু লগতে ই অসমৰ ৰাজ্যিক ফুল হিচাপেও মান্যতা প্ৰাপ্ত।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/কপৌ_ফুল"ৰ পৰা অনা হৈছে