প্ৰমিতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
সংশ্লীষ্ট শব্দটো সংশ্লিষ্ট কৰা হৈছে।
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
4 নং শাৰী:
 
== জোখমাপৰ একক (Unit of measurement) ==
যিকোনো জোখমাখ কৰিবলৈ কোনো নিৰ্দিষ্ট আধাৰ লাগে। সেই আধাৰৰ বিশিষ্ট ধৰ্মৰ লগত তুলনা কৰি সেই ধৰ্ম থকা অন্য বস্তুৰ সংশ্লীষ্টসংশ্লিষ্ট ধৰ্মৰ জোখ প্ৰকাশ কৰা হয়। যেনে "দুই আঙুল" বুলিলে দুটা আঙুলিৰ সমান বহল, এক দিন বুলিলে পৃথিৱীয়ে নিজৰ অক্ষত আৱৰ্তন কৰাৰ সমান সময় আদি। প্ৰসংগ, স্থান বা কাল অনুসৰি বিভিন্ন ক্ষেত্ৰত বিভিন্ন একক ব্যৱহাৰ কৰা হ'ব পাৰে। ব্যাৱহাৰিক ক্ষেত্ৰত জোখমাপৰ এককৰ গুৰুত্ব অসীম। সূক্ষ্ম বৈজ্ঞানীক গৱেষণাৰ পৰা আৰম্ভ কৰি দৈনিক বজাৰলৈকে অনেক ক্ষেত্ৰত জোখমাপৰ বিভিন্ন এককৰ ব্যৱহাৰ হয়। এই ক্ষেত্ৰত হীন-দেৰি হ'লে অনেক ক্ষেত্ৰত বেমেজালিৰ সৃষ্টি হ'ব পাৰে। উদাহৰণ স্বৰূপে, বিভিন্ন দেশত দোকানীয়ে গ্ৰাহকক ওজনত ঠগালে দোকানীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ ব্যৱস্থা থাকে।
 
[[Image:Weights and Measures office.jpg|thumb|left|250px|The former Weights and Measures office in [[Seven Sisters, London]]]]
"https://as.wikipedia.org/wiki/প্ৰমিতি"ৰ পৰা অনা হৈছে