শক্তিৰ সংৰক্ষণশীলতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
 
2 নং শাৰী:
[[File:physicsworks.ogg|250px|thumb| অধ্যাপক ৱাল্টাৰ লেৱিনে যান্ত্ৰিক শক্তি সংৰক্ষণশীলতা সম্পৰ্কে এম আই টিত ভাষণ দিছে, ([http://ocw.mit.edu/courses/physics/8-01-physics-i-classical-mechanics-fall-1999/video-lectures/lecture-11/ এম আই টি ৮.১০])<ref>
{{cite video
| people = ৱাল্টাৰ লেৱিন
| date = অক্টোবৰ ৪, ১৯৯৯
| title = Work, Kinetic Energy, and Universal Gravitation. MIT Course 8.01: Classical Mechanics, Lecture 11.
| url = http://ocw.mit.edu/courses/physics/8-01-physics-i-classical-mechanics-fall-1999/video-lectures/lecture-11/
| format = ogg
| medium = videotape
| language = English
| publisher = [[MIT OpenCourseWare|MIT OCW]]
| location = Cambridge, MA USA
| accessdate = December 23, 2010 | time = 45:35–49:11
| ref = lewin
| quote = "150 Joules is enough to kill you."
}}</ref> ]]
পদাৰ্থ বিজ্ঞানৰ মতে, কোনো এটা বিচ্ছিন্ন প্ৰণালী '''(isolated system)'''ৰ [[শক্তি]] সলনি হ’ব নোৱাৰে, ইয়াকেই শক্তিৰ সংৰক্ষণশীলতাৰ সুত্ৰসূত্ৰ বুলি কোৱা হয়, এই সুত্ৰৰসূত্ৰৰ মতে, শক্তিৰ শৃষ্টি বা ধ্বংশ হ’ব নোৱাৰে, কিন্তু শক্তি ইয়াৰ এটা ৰূপৰ পৰা আন এটা ৰূপলৈ পৰিৱৰ্তিত হ’ব পাৰে, উদাহৰণ স্বৰূপেউদাহৰণস্বৰূপে ডাইনামাইটৰ বিষ্ফোৰণৰ সময়ত ৰাসায়ণিক শক্তি গতি শক্তিলৈ ৰূপান্তৰিত হয়।
 
এই সূত্ৰৰ মতে মতে, বাহ্যিক শক্তিৰ প্ৰয়োগ অবিহনে অসীম দূৰত্ব অতিক্ৰম কৰিব পৰা যন্ত্ৰ সজাতো অসম্ভৱ। ই বুজাই যে কোনো প্ৰণালীয়ে বাহ্যিক শক্তিৰ অবিহনে ইয়াৰ চাৰিওফালৰ তন্ত্ৰবোৰলৈ কেতিয়াও অসীম শক্তি যোগান ধৰিব নোৱাৰে। <ref>প্লাংক, এম. (১৯২৩/১৯২৭). ''Treatise on Thermodynamics'', third English edition translated by A. Ogg from the seventh German edition, Longmans, Green & Co., লণ্ডন, পৃষ্ঠা ৪০</ref>
 
==ইতিহাস==