নিউক্লীয় পদাৰ্থবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
1 নং শাৰী:
{{Nuclear physics}}
'''নিউক্লীয় পদাৰ্থবিজ্ঞান''' ([[ইংৰাজী]]: Nuclear physics) [[পদাৰ্থবিজ্ঞান|পদাৰ্থবিজ্ঞানৰ]] এটা শাখা য'ত পাৰমাণৱিক নিউক্লিয়াছ আৰু সিহঁতৰ উপাদান তথা আন্তঃক্ৰিয়া সম্বন্ধে অধ্যয়ন কৰা হয়। ইয়াৰোপৰি [[নিউক্লীয় পদাৰ্থ|নিউক্লীয় পদাৰ্থৰ]] অন্য ৰূপসমূহো ইয়াত অধ্যয়ন কৰা হয়।<ref name=nupecc_report>{{cite report
| author = European Science Foundation
| year = 2010
| title = NuPECC Long Range Plan 2010: Perspectives of Nuclear Physics in Europe
| url = http://www.nupecc.org/lrp2010/Documents/lrp2010_final_hires.pdf
| page = 6
| quote = "Nuclear physics is the science of the atomic nucleus and of nuclear matter."
}}</ref> নিউক্লীয় পদাৰ্থবিজ্ঞান [[পাৰমাণৱিক পদাৰ্থবিজ্ঞান|পাৰমাণৱিক পদাৰ্থবিজ্ঞানৰ]] সৈতে খেলিমেলি কৰাটো উচিত নহয় কিয়নো পাৰমাণৱিক পদাৰ্থবিজ্ঞানত [[পৰমাণু]] আৰু তাৰ [[ইলেকট্ৰন]] সম্বন্ধে বিষদভাৱে অধ্যয়ন কৰা হয়।
 
নিউক্লীয় পদাৰ্থবিজ্ঞানৰ আৱিষ্কাৰসমূহ বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। উদাহৰণস্বৰূপে, নিউক্লীয় শক্তি, নিউক্লীয় মাৰণাস্ত্ৰ, নিউক্লীয় চিকিৎসা তথা এম আৰ আই (MRI), ঔদ্যোগিক তথা কৃষি সম্বন্ধীয় আইছ'ট'প, পদাৰ্থ অভিযান্ত্ৰিকীত আয়ন সংৰোপণ আৰু ভূবিজ্ঞান তথা পুৰাতত্ত্বত ৰেডিঅ'কাৰ্বন ডেটিং। এই প্ৰয়োগসমূহ নিউক্লীয় অভিযান্ত্ৰিকী ক্ষেত্ৰত অধ্যয়ন কৰা হয়।
 
[[কণা পদাৰ্থবিজ্ঞান]] নিউক্লীয় পদাৰ্থবিজ্ঞানৰ পৰাই বিকশিত হৈছে আৰু এই দুয়ো ক্ষেত্ৰকে সাধাৰণতে ঘনিষ্ঠ সম্বন্ধত শিকোৱা হয়। [[নিউক্লীয় জ্যোতি পদাৰ্থবিজ্ঞান]] ([[জ্যোতি পদাৰ্থবিজ্ঞান|জ্যোতি পদাৰ্থবিজ্ঞানত]] নিউক্লীয় পদাৰ্থবিজ্ঞানৰ প্ৰয়োগ) [[নক্ষত্ৰ|নক্ষত্ৰসমূহৰ]] অভ্যন্তৰীণ কাৰ্যপ্ৰণালী আৰু [[ৰাসায়নিক মৌল|ৰাসায়নিক মৌলৰ]] উৎপত্তি ব্যাখ্যা কৰাত অতি গুৰুত্বপূৰ্ণ।
 
== ইতিহাস ==
31 নং শাৰী:
|year=1896
|url=http://gallica.bnf.fr/ark:/12148/bpt6k30780/f422.chemindefer
}}</ref> [[জে. জে. থমছন|জে. জে. থমছনে]] [[ইলেকট্ৰন]] আৱিষ্কাৰ কৰাৰ এবছৰ পাছত এই আৱিষ্কাৰে ইংগিত দিয়ে যে পৰমাণুৰ এক অভ্যন্তৰীণ গঠন আছে।<ref>{{cite journal|last1=Thomson|first=Joseph John|author1-link=Joseph John Thomson|title=Cathode Rays|year=1897|journal=[[Royal Institution|Proceedings of the Royal Institution of Great Britain]]|volume=XV|pages=419–432|url=https://archive.org/stream/proceedings15roya#page/418/mode/2up}}</ref> বিংশ শতিকাৰ আৰম্ভণিতে জে. জে. থমছনৰ পৰমাণু আৰ্হি, অৰ্থাৎ [[প্লাম পুডিং আৰ্হি|"প্লাম পুডিং" আৰ্হি]] গৃহীত হয়। প্লাম পুডিং আৰ্হি মতে পৰমাণু এটা ধনাত্মকভাৱে আহিত গোলক যাৰ মাজত ধনাত্মক আধানবোৰৰ লগতে ঋণাত্মকভাৱে আহিত ইলেকট্ৰনসমূহো সুষমভাৱে সিঁচৰতি হৈ থাকে।
 
ইয়াৰ পাছৰ বৰ্ষৰ পৰা তেজস্ক্ৰিয়তাৰ ওপৰত ব্যাপকভাৱে অনুসন্ধান চলোৱা হৈছিল। বিশেষকৈ [[মেৰী কুৰী]], [[পীয়েৰ কুৰী]], [[আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড]] আৰু আন বিজ্ঞানীসকলে এইক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছিল। শতাব্দীৰ শেষলৈ পদাৰ্থবিদসকলে পৰমাণুৰ পৰা ওলোৱা তিনি ধৰণৰ [[বিকিৰণ]] আৱিষ্কাৰ কৰে। এই বিকিৰণ তিনিবিধক [[আলফা অৱক্ষয়|আলফা]], [[বিটা অৱক্ষয়|বিটা]] আৰু [[গামা অৱক্ষয়|গামা]] বিকিৰণ হিচাপে নামকৰণ কৰা হৈছে। ১৯১১ চনত [[অট্ট' হান]] আৰু ১৯১২ চনত [[জেমছ চাডৱিক|জেমছ চাডৱিকৰ]] পৰীক্ষা-নিৰীক্ষাত আৱিষ্কাৰ হয় যে বিটা অৱক্ষয় [[বৰ্ণালী]] বিচ্ছিন্ন নহয়, বৰং ই অবিচ্ছিন্নহে।
 
==তথ্য সংগ্ৰহ==
39 নং শাৰী:
 
==গ্ৰন্থপঞ্জী==
* ''General Chemistry'' by Linus Pauling (Dover 1970) {{ISBN|0-486-65622-5}}
* ''Introductory Nuclear Physics'' by Kenneth S. Krane (3rd edition, 1987) {{ISBN|978-0471805533}} [Undergraduate textbook]
* ''Theoretical Nuclear And Subnuclear Physics'' by John D. Walecka (2nd edition, 2004) {{ISBN|9812388982}} [Graduate textbook]