ইথান'ল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) removed Category:ৰসায়ন বিজ্ঞান; added Category:জৈৱিক ৰসায়ন using HotCat |
Kuldhar Rabha (আলোচনা | বৰঙণি) No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
||
103 নং শাৰী:
}}
}}-->
'''ইথান'ল''' {{IPAc-en|ˈ|ɛ|θ|ə|n|ɒ|l}}, {{En|Ethanol|সাধাৰণতে প্ৰায়ে '''[[Ethyl group|ethyl]] alcohol''', '''drinking alcohol''', বা চমুকৈ '''alcohol''' বুলিও কোৱা হয়।}} হৈছে সুৰাজাতীয় পানীয়ত থকা প্ৰধান [[এলক'হল]], [[ইষ্ট]]ৰ দ্বাৰা [[শৰ্কৰা]]ৰ [[কিন্বন]]ৰ ফলত উৎপাদিত
ইথান'ল হৈছে এক প্ৰকাৰৰ [[পৰিবৰ্তনশীল]], [[জলনক্ষম]], সামান্য গন্ধযুক্ত বৰণহীন তৰল। ইয়াক [[এণ্টিচেপ্টিক]], [[দ্ৰাৱক]], আৰু [[ইন্ধন]] হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ নিম্ন শীতলীভৱন গুণৰ বাবে [[মাৰ্কাৰী যুক্ত থাৰ্ম'মিটাৰ]] আবিস্কাৰ হোৱাৰ পূৰ্বতে [[থাৰ্ম'মিটাৰ]]তো ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ গাঠনিক সংযুতি হৈছে, CH<sub>3</sub>CH<sub>2</sub>OH, চুটিকৈ প্ৰায়ে C<sub>2</sub>H<sub>5</sub>OH, {{chem|C|2|H|6|O}} বা '''EtOH''' ৰূপতো লিখা হয়।
|