ব্ৰজেন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
6 নং শাৰী:
| birth_date = {{Birth date|1925|2|27|df=yes}}
| birth_place = [[গুৱাহাটী]], [[অসম]]
| death_date = {{Death date and age|1972|6|2728|1925|2|27|df=yes}}
| death_place =
| spouse =
19 নং শাৰী:
| website =
}}
'''ব্ৰজেন বৰুৱা''' ({{lang-en|Brajen Baruah}}, চমুকৈ '''ব্ৰজ'''; ২৭ ফেব্ৰুৱাৰী, ১৯২৫ – ২৭২৮ জুন, ১৯৭২)<ref name=shiv>বৰুৱা, শিৱনাথ. ''অসমীয়া জীৱনী অভিধান''. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, ২০০২, পৃ: ১৬৯-৭০</ref> [[অসমীয়া চলচ্চিত্ৰ]] জগতৰ এগৰাকী পুৰোধা ব্যক্তি আছিল। তেখেত আছিল একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ। তদুপৰি তেখেতে [[গুৱাহাটী]]ৰ বিভিন্ন মঞ্চত অৰ্কেষ্ট্ৰা পৰিচালনা কৰাৰ উপৰিও মঞ্চ আৰু অনাতাঁৰ কেন্দ্ৰত গীতো গাইছিল। তেখেত মুঠ ৫খন [[চলচ্চিত্ৰ]]ৰ পৰিচালক আৰু ৮খন চলচ্চিত্ৰৰ সঙ্গীত পৰিচালক আছিল। আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰা তেখেতৰ [[ডক্তৰ বেজবৰুৱা]] অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক মাইলৰ খুঁটিস্বৰূপ।<ref name="Ishan" /><ref name="Nayan" /><ref name="Pabitra" />
 
==জন্ম আৰু পৰিয়াল==