কপৌ ফুল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
25 নং শাৰী:
== বিস্তৃতি ==
[[File:Rhynchostylis retusa infloresence closeup.jpg|left|thumb|কপৌ ফুল, ওচৰৰ পৰা]]
এই অৰ্কিড অৰ্ধ পৰ্ণপাতী আৰু নিম্ন উচ্চতাৰ শুকান পৰ্ণপাতী অৰণ্য সমূহত ভূ-ভাগৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা আৰম্ভ কৰি প্ৰায় ১৩০০ মিটাৰ লৈকে পোৱা যায়। ইহঁতৰ ভৌগোলিক বিস্তৃতি [[বাংলাদেশ]], বেনিন, [[বাৰ্মাম্যানমাৰ]], [[কম্বোডিয়া]], [[চীন]], [[ভাৰত]], [[ইন্দোনেচিয়াইণ্ডোনেছিয়া]], [[লাউচ]], [[মালয়েছিয়া]], [[নেপাল]], [[ফিলিপাইন]], [[ছিংগাপুৰ]], [[শ্ৰীলংকা]], [[থাইলেণ্ড]] আৰু [[ভিয়েটনাম]]লৈকে বিয়পি আছে।<ref name=ob>[http://orchidblooming.com/cgi-bin/ob.pl?route=product/product&product_id=163 "Rhynchostylis Retusa"]. Orchid Blooming. Retrieved on 2013-03-18.</ref><ref name=tropicos>[http://www.tropicos.org/Name/23500522?tab=distribution "Distribution - Rhynchostylis retusa"]. Tropicos.org. Retrieved on 2013-03-18.</ref>
 
ভাৰতত এই উদ্ভিদ ঘাইকৈ উত্তৰ পূৰ্বাঞ্চল, [[উৰিষ্যা]] আৰু [[অন্ধ্ৰ প্ৰদেশ]]ত পোৱা যায়। বায়'-পাইৰেছীৰ কবলত পৰি এই উদ্ভিদ এতিয়া ভাৰতত লুপ্ত হোৱাৰ পথত। কপৌ ফুলক [[অসম]] আৰু [[অৰুণাচল প্ৰদেশ]]ৰ ৰাজ্যিক ফুল হিচাপে মান্যতা দিয়া হৈছে।
"https://as.wikipedia.org/wiki/কপৌ_ফুল"ৰ পৰা অনা হৈছে