কলমকাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

"Kalamkari" পৃষ্ঠাৰ অনুবাদেৰে সৃষ্টি কৰা হৈছে
 
বানান শুধৰণি
1 নং শাৰী:
 
[[চিত্ৰ:Kalamkari_Painting.JPG|thumb]]
কলমকাৰী ('''''Kalamkari''''' ) হ'ল হাতেৰে অঁকা বা ব্লক-প্ৰিণ্টেড কটন টেক্সটাইল, যি ইচফাহান আৰু ভাৰতৰ অন্ধ্ৰাপ্ৰদেশঅন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত উৎপাদিত হয়। কেৱল প্ৰাকৃতিক ভাবে উৎপাদিত ৰং আৰু ৰঞ্জকহে কলমকাৰীত প্ৰয়োগ হয়। এইবোৰ তেইশটা প্ৰক্ৰিয়াৰ মাজেৰে তৈয়াৰ হয়।
 
ভাৰতত কলমকাৰী চিত্ৰশিল্পকচিত্ৰশিল্পৰ দুটা শৈলী আছে- শ্ৰীকলাহস্তী শৈলী আৰু মাচলিপট্টম শৈলী। শ্ৰীকলাহস্তী শৈলীত বিষয়বস্তুৰ মুক্তহস্ত চিত্ৰণ আৰু ৰঙেৰে ভৰাবলৈ কলম বা পেন ব্যৱহাৰ কৰা হয়। ইয়াত গোটেই কামখিনি হাতেৰে কৰা হয়। এই কলাকীৰ্ত্তি ঘাইকৈ মন্দিৰসমূহ আৰু ইয়াৰ সংৰক্ষণৰ চাৰিওদিশে বিয়পি থকাৰ বাবে ইয়াৰ এক ধৰ্মীয় পৰিচিতি আছে। সাঁচিপতীয়া ধৰ্ম-পুথি, মন্দিৰৰ ধ্বজা, ৰথৰ বেনাৰ আৰু মহাভাৰত, ৰামায়ণ, পুৰাণ আদিৰ দৰে হিন্দু মহাকাব্যৰপৰা লোৱা দেৱ-দেৱী আৰু অন্যান্য চিত্ৰত ইয়াৰ নিদৰ্শন পোৱা যায়। কমলা দেৱী চট্টোপাধ্যায়ৰ বাবে এই শিল্পকলাই আজিৰ পৰিচিতি লাভ কৰে, যি সৰ্ব ভাৰতীয় হস্তকলা বৰ্ডৰ অধ্যক্ষৰূপে প্ৰথমে এই শিল্পক জনপ্ৰিয় কৰে।
 
== নাম ==
"https://as.wikipedia.org/wiki/কলমকাৰী"ৰ পৰা অনা হৈছে