শকুন্তলা দেৱী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

28 নং শাৰী:
 
২০১৩ চনৰ ৪ নভেম্বৰত তেওঁৰ ৮৪ তম জন্ম দিৱসত গুগ'লে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিবলৈ বিশেষ ডুড'ল তৈয়াৰ কৰিছিল।<ref>TNN (4 November 2013) [http://timesofindia.indiatimes.com/tech/tech-news/internet/Shakuntala-Devis-84th-birthday-celebrated-with-a-doodle/articleshow/25203546.cms "Shakuntala Devi's 84th birthday celebrated with a doodle"]. [[The Times of India]]. Retrieved on 4 November 2013.</ref>
==সৃষ্টিশীল মাধ্যমত অভিযোজনা==
শকুন্তলা দেৱীৰ জীৱন আৰু কৰ্ম-আধাৰিত এখন হিন্দী ভাষাৰ আত্মজীৱনীমূলক ছবি ২০২০ চনৰ ৩১ জুলাই তাৰিখে মুক্তি দিয়া হ'ব৷ অভিনেত্ৰী [[বিদ্যা বালন|বিদ্যা বালনে]] মুখ্য চৰিত্ৰটিত অভিনয় কৰা এই ছবিখন প্ৰযোজনা কৰিছে ছনি পিকচাৰ্ছ নেটৱৰ্কছ প্ৰডাকচনছ আৰু আবোনডাটিয়া এণ্টাৰটেইনমেইণ্টৰ বিক্ৰম মালহোত্ৰাই৷ উল্লেখ্য যে, কভিড-১৯ বিশ্বমাৰীৰ হেতু ছবিখন ৰাজহুৱা চিত্ৰগৃহত মুকলি কৰাৰ পৰিৱৰ্তে অ'ভাৰ-দ্য-টপ (OTT) সেৱা এমাজন প্ৰাইম ভিডিঅ'ত মুক্তি দিয়া হ'ব৷ ছবিখন পৰিচালনা কৰিছে অনু মেননে৷ <ref>https://www.hindustantimes.com/bollywood/vidya-balan-s-shakuntala-devi-gets-a-release-date-on-amazon-prime/story-qlaj83yFpY7qf5LyCWKbmM.html</ref>
 
== তথ্য সংগ্ৰহ ==