ৰেচম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
No edit summary
 
1 নং শাৰী:
[[চিত্ৰ:Court ladies pounding silk from a painting (捣练图) by Emperor Huizong.jpg|thumb|right|200px|[[চীন]]ৰ নাৰীয়ে ৰেচম তৈয়াৰ কৰিছে (সম্ৰাট হুইজং, [[চীন]], ১২শ খ্ৰীষ্টাব্দত)]]
'''ৰেচম''' {{En|Silk}} এক প্ৰকাৰৰ প্ৰাকৃতিক [[প্ৰ'টিন]] [[তন্তু]], যাক বহু ধৰণৰ বস্ত্ৰশিল্প বয়নৰ বাবে ব্যবহাৰব্যৱহাৰ কৰা হয়। ৰেচমৰ সৰ্বাধিক পৰিচিত প্ৰকাৰ [[বম্বেক্স মেৰী]] নামৰ ৰেচম পলুৰ [[লেটা]] গুটিৰ পৰা সংগ্ৰহ কৰা হয়। এক প্ৰকাৰৰ ৰেচম পলুৰ গুটিৰ পৰা এক ধৰণৰ সূতা পোৱা যায়। বিশেষ ব্যৱস্থাৰ জৰিয়তে ৰেচম পলুৰ কৃষিৰ দ্বাৰা বাণিজ্যিকভাৱে এই সূতা প্ৰস্তুত কৰা হয়। এই পদ্ধতিক [[ৰেচম শিল্প]] বোলে।
 
== ইতিহাস ==
=== চীন ===
প্ৰাচীনকালত চীনত সৰ্বপ্ৰথম ৰেচমৰ উৎপাদন কৰা হৈছিল।<ref>{{cite web|url=http://www.infoplease.com/ce6/society/A0861091.html|title=Silk: History|publisher=''[[:en:Columbia Encyclopedia|Columbia Encyclopedia]]'' Sixth Edition}}</ref> ৰেচমৰ ক্ষেত্ৰত [[চীন]]ৰ সম্ৰাটৰ স্ত্ৰী [[লেই চু]]ৰ ([[চীনা ভাষা|চীনা]]: 嫘祖 [[ফিনিন]]: Léi Zǔ ''লেইৎচু'') অনেক ভূমিকা আছিল। সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ৩,৫০০ বছৰ আগৰে পৰাই চীনত ৰেচমৰ ব্যবহাৰব্যৱহাৰ কৰা হৈছিল।<ref>{{cite web|url=http://www.asianart.com/textiles/intro.html|title=Textile Exhibition: Introduction|publisher=Asian art}}</ref> আদিতে চীনা সম্ৰাটৰ বাবে ৰেচম সংৰক্ষণ কৰা হৈছিল। পিছত ইয়াক সেই সময়ৰ সমাজৰ ধনীক শ্ৰেণীৰ অতিথিগৃহত স্থান পায় আৰু ইয়াৰ সৌন্দৰ্য তথা নৰম গুণগত মানে চীনা ব্যৱসায়ীসকলৰ দৃষ্টি আকৰ্ষণ কৰে। ৰেচমৰ ব্যৱহাৰ বঢ়াৰ লগে লগে ই এক আন্তজাৰ্জাতিকআন্তৰ্জাতিক ব্যৱসায়ত পৰিণত হয় আৰু ইয়াৰ বানিজ্যকভাৱেবাণিজ্যিকভাৱে উৎপাদন আৰম্ভ হয়। চীনা সম্ৰাটে ৰেচম পলুৰ লেটা গুটি উৎপাদন পদ্ধতি গোপন ৰখাৰ বাবে অনেক সতৰ্কতা অবলম্বনঅৱলম্বন কৰিছিল, কিন্তু পিছলৈ এই শিল্প [[জাপান]], [[কোৰিয়া]] আৰু [[ভাৰত]]লৈ বিস্তাৰ লাভ কৰে।
 
ৰেচম বাণিজ্যৰ প্ৰথম প্ৰমানপ্ৰমাণ পোৱা যায় [[মিচৰ]]ৰ [[২১তম ৰাজবংশ]]ৰ (খ্ৰীষ্টপূৰ্ব ১০৭০) এটা [[মামী]]ৰ চোলাত পোৱা ৰেচমৰ জৰিয়তে।<ref>{{Cite journal| doi = 10.1038/362025b0| volume = 362| issue = 6415| pages = 25| last = Lubec| first = G.| coauthors = J. Holaubek, C. Feldl, B. Lubec, E. Strouhal| title = Use of silk in ancient Egypt| journal = Nature| accessdate = 2010-07-24| date = 1993-03-04| url = http://dx.doi.org/10.1038/362025b0}} (also available [http://www.silk-road.com/artl/egyptsilk.shtml here])</ref>
 
=== ইউৰোপ ===
"https://as.wikipedia.org/wiki/ৰেচম"ৰ পৰা অনা হৈছে