চুৰেম্‌ফা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

112 নং শাৰী:
 
==উল্লেখনীয় কাম==
১৭৫২ চনত ৰাজেশ্বৰ সিংহৰ আদেশত গড়গাঁৱৰ সাতখলপিয়া [[কাৰেংঘৰ]] সজোৱা হয়। ইয়াৰ লগতে ৰংপুৰৰ [[তলাতল ঘৰ]]তো মাটিৰ তলত তিনিটা মহলা যোগ কৰা হয়। যোৰহাটৰ [[বৰভেটি থান]] আৰু গুৱাহাটীৰ [[নৱগ্ৰহ মন্দিৰ|নৱগ্ৰহ মন্দিৰো]] তেওঁৰ দিনতে সজোৱা হয়।
 
==তথ্য সংগ্ৰহ==
<references/>
"https://as.wikipedia.org/wiki/চুৰেম্‌ফা"ৰ পৰা অনা হৈছে