৯ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
Undid edits by 2409:4065:49B:AF09:669A:AEC7:7D82:4DCF (talk) to last version by TextCleanerBot: unexplained content removal
7 নং শাৰী:
# ২০০৬ চনৰ আজিৰ দিনটোতে সম্পূৰ্ণ ৪৪বছৰৰ পাছত ঐতিহাসিক [[নাথুলা গিৰিপথ]] মুকলি কৰা হয়। ১৪,৫০০ ফুট উচ্চতাত অৱস্থিত এই এইগিৰিপথ মুকলি হোৱাৰ লগে লগে [[চীন]]-[[ভাৰত]]ৰ বাণিজ্যিক সম্পৰ্ক স্থাপন হয়।
# ২০০৬ চনৰ আজিৰ দিনটোতে [[জাৰ্মানী]]ত অনুষ্ঠিত বিশ্বকাপ ফুটবলৰ চেম্পিয়ন খিতাপ লাভ কৰে [[ইটালী]]য়ে।
# আজি [[আন্তৰাষ্ট্ৰীয় মেণ্ডেলা দিৱস]]। দক্ষিণ আফ্ৰিকাবাসীৰ বাবে আজীৱন ত্যাগ স্বীকাৰ কৰা বাবে [[নেলছন মেণ্ডেলা]]ক সন্মান জনাই তেওঁৰ জন্ম দিন আজিৰ তাৰিখতে প্ৰতি বছৰে আন্তৰাষ্ট্ৰীয় মেণ্ডেলা দিৱস উদযাপন কৰি আহিছে।
 
{{-}}
{{Months}}
"https://as.wikipedia.org/wiki/৯_জুলাই"ৰ পৰা অনা হৈছে