বেউলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
47 নং শাৰী:
 
==কিংবদন্তী==
চান্দ সদাগৰৰ পুত্ৰ লখিন্দৰ আৰু তেওঁৰ সতীৰ্থ বণিক সাহাৰ কন্যা বেউলাৰ সমসাময়িক কালত জন্ম হয়। দুই শিশুৱেশিশোৱে একেলগে ডাঙৰ দীঘল হয় আৰু সিহঁতক ইজনে সিজনৰ প্ৰতি উপযুক্ত বুলি গণ্য কৰে। লখিন্দৰৰ পিতৃ [[চান্দ সদাগৰ|চন্দ্ৰবণিক]] বা চান্দ সদাগৰ আছিল হিন্দু দেৱতা শিৱৰ একনিষ্ঠ পূজাৰী। তেওঁ অন্য কোনো দেৱতাকে আৰাধনা নকৰে। ইপিনে শিৱৰ কন্যা [[মনসা|মনসা দেৱী]] আছিল সৰ্পদেৱী, কিন্তু তেওঁক কোনেও পূজা অৰ্চনা নকৰিছিল।<ref>{{cite web|title=Bengali Devi Manasa |url=https://vedicgoddess.weebly.com/goddess-vidya-blog/more-on-bengali-devi-manas?fbclid=IwAR3zbGu0CiVBLJrtpe58uZ0dA6GQqEoKvC4BCgKV1slO4-LwMtdRUxffcww | accessdate=১৬ মে' ২০২০}}</ref>
 
তেওঁৰ পিতৃ শিৱই কৈছিল যে, যদি কোনো শিৱভক্ত বা শিৱৰ উপাসকে তেওঁৰ প্ৰথম মনসা পূজা কৰে তেন্তে মৰ্ত্যলোক ([[পৃথিৱী]])ত তেওঁৰ পূজা প্ৰচলন সম্ভৱ।<ref name=":0" /> তেতিয়া মনসাই পূজাৰ আয়োজনৰ বাবে চান্দ সদাগৰক নিৰ্বাচন কৰে।<ref>{{cite web|title=Protidiner Sangbad |url=https://www.protidinersangbad.com/i-am-mine/185575/%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%AE%E0%A6%AA%E0%A7%82%E0%A6%B0%E0%A6%BE%E0%A6%A3%E0%A7%87-%E0%A6%AC%E0%A7%87%E0%A6%B9%E0%A7%81%E0%A6%B2%E0%A6%BE-%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%85%E0%A6%AE%E0%A6%B0-%E0%A6%95%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A8%E0%A7%80 | accessdate=১৬ মে' ২০২০}}</ref>
 
শিৱৰ উপাসক চান্দ সদাগৰে মনসা দেৱীৰ এই প্ৰস্তাৱ অস্বীকাৰ কৰে। তেতিয়া ক্ৰোধান্বিতা হৈ মনসাই চান্দ সদাগৰক শাপ দিয়ে যে, তেওঁ চান্দ সদাগৰৰ প্ৰতিটো সন্তাননকে বিনাশ কৰিব। মনসা দেৱীৰ এই শাপৰ কাৰণে চান্দ সদাগৰৰ এজন এজনকৈ প্ৰত্যেকটো সন্তানৰে সৰ্প দংশনত মৃত্যু হয়।
 
লখিন্দৰৰ বিবাহৰ সময়ত চান্দ সদাগৰে অধিক সতৰ্কতা অৱলম্বন কৰে। তেওঁ সাপে ছিদ্ৰ কৰিব নোৱাৰাকৈ বিশ্বকৰ্মাৰ দ্বাৰা এটি ঘৰ সজাইছিল যদিও মনসা দেৱীয়ে তেওঁৰ উদ্দেশ্য বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হয় আৰু লখিন্দৰক দংশন কৰে।
 
প্ৰচলিত প্ৰথা অনুসৰি, যাক সাপে দংশন কৰে তেওঁৰ মৃতদেহ ভেলত নদীত ভাহাই দিয়া হয়, যাতে কোনো অলৌকিক শক্তিৰ দ্বাৰা পুন জীৱিত হয়। বেউলাই সকলোৰে বাধা অগ্ৰাহ্য কৰি তেওঁৰ স্বামীৰ লগত ভেলত যায়।
 
এসময়ত ভেলখন মনসাৰ পালনকৰ্তা মাতা নিতাৰ কাষলৈ যায়। তেনেতে ঐশ্বৰিক ক্ষমতাৰ বলত তেওঁ মৃত স্বামীৰ সৈতে স্বৰ্গত যাবলৈ সক্ষম হয়। মনসা দেৱীয়ে লখিন্দৰক পুন জীৱন দিয়ে যদিও বেউলাৰ শহুৰ চান্দ সদাগৰক মনসা দেৱীৰ পূজা কৰিবলৈ কয়। অৱশেষত চান্দ সদাগৰে মনসা দেৱীৰ পূজা কৰে।
 
==লগতে চাওক==
* [[লখিন্দৰ]]
* [[শ্ৰীকৃষ্ণ]]
* [[ঊষা]]
* [[অনিৰুদ্ধ]]
* [[শিৱ]]
* [[মনসা|মনসা দেৱী]]
* [[বাণাসুৰ]]
* [[চান্দ সদাগৰ]]
* [[শিৱ পুৰাণ]]
* [[পুৰাণ]]
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
==বাহ্যিক সংযোজনসংযোগ==
#* [http://www.chintaa.com/index.php/networkdetails/showAerticle/2/24/bangla chintaa.com]
#* [https://archive.org/details/in.ernet.dli.2015.512533/page/n129/mode/2up archive.org]
 
[[শ্ৰেণী:বঙালী সাহিত্য]]
[[শ্ৰেণী:কাল্পনিকহিন্দু চৰিত্ৰকিংবদন্তি]]
[[শ্ৰেণী:পৌৰাণিক চৰিত্ৰ]]
"https://as.wikipedia.org/wiki/বেউলা"ৰ পৰা অনা হৈছে