দীপলিনা ডেকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
3 নং শাৰী:
 
==জন্ম আৰু শিক্ষা==
বাবুল কুমাৰ ডেকাৰ ঔৰস ও পদুমি ডেকাৰ<ref>https://www.assamese-jokes-quotes.online/2019/10/deeplina-deka-wiki-bio-age-height.html</ref> গৰ্ভত ১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখত দীপলিনা ডেকাৰ জন্ম হয়। শৈশৱ কালৰ পৰাই তেওঁ মেধাবী ছাত্ৰী আছিল। তেওঁৰ পিতাপিতৃয়ে [[নগাঁও|নগাঁৱৰ]] কাগজ কলত চাকৰি কৰিছিল। সন্তানৰ ভিতৰত দীপলিনা কনিষ্ঠ লগত তেওঁৰ এগৰাকী বাইদেউ আছে। কেন্দ্ৰীয় বিদ্যালয় জাগিৰোডৰ<ref>https://www.google.com/search?sxsrf=ACYBGNQNQvTGQyuAIRxADCeXJeQ8ljv0TA:1574347710007&q=deeplina+deka+education&sa=X&ved=2ahUKEwjv3oegxvvlAhXKV30KHc9KCuwQ1QIoBnoECAsQBw&biw=1366&bih=657</ref> পৰা মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে তেওঁ মহাঋষিমহৰ্ষি বিদ্যা নিকেতনত নামভৰ্তি কৰায়
 
অধ্যয়ন কৰা সময়ৰ পৰা নৃত্য, সঙ্গীত আৰু অভিনয়ত অংশগ্ৰহণ কৰি তেওঁ পুৰস্কাৰ লাভ কৰিছে। দীপলিনাদীপলিনাই [[কথক|কথক নৃত্যৰ]] প্ৰশিক্ষণ আৰু শাস্ত্ৰীয় সঙ্গীতত বিশাৰদ অৰ্জন কৰিছে। তেওঁ ২০০৭ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত বেটমিণ্টন প্ৰতিযোগিতাতো চতুৰ্থ স্থান লাভ কৰিছিল<ref>https://www.magicalassam.com/2019/07/deeplina-deka.html</ref>॥ শিক্ষা সমাপ্ত কৰি এয়াৰটেল আৰু জিঅ' কোম্পানীত অভিযন্তা পদত কৰ্মৰত থকাৰ সময় [[জুবিন গাৰ্গ]] পৰিচালিত [[মিছন চাইনা (চলচ্চিত্ৰ)|মিছন চাইনা]] চলচ্চিত্ৰত গানঅভিনয় গোৱাৰকৰাৰ সুযোগ পায়। তাৰপিছত অভিযন্তাচাকৰি পদত্যাগ কৰিএৰি চলচ্চিত্ৰ জগতত প্ৰবেশ কৰে। ২০১৫ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখত তেওঁৰ প্ৰথম ভিডিঅ' গানৰ এলবাম ''নোৱাৰি নোৱাৰি'' মুক্তি পায় যাৰ সহ-শিল্পী আছিল [[তৰুণ তন্ময়]]<ref>http://biographymart.com/deeplina-deka/</ref>। বৰ্তমান তেওঁৰ জনপ্ৰিয়তা অসম সহ সমগ্ৰ [[উত্তৰ-পূব ভাৰত|উত্তৰ-পূৰ্বাঞ্চললৈকে]] বিস্তাৰ কৰিছে।
 
==ডিস্ক'গ্ৰাফী==