সন্ধি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
3 নং শাৰী:
অসমীয়া ভাষাত খাচ তদ্ভৱ শব্দ বা পদৰ লগত শব্দ বা পদৰ সন্ধি অতি বিৰল। ব্যৱহাৰ হ'লেও, নিয়ম সংস্কৃত সন্ধিৰ লগত নিমিলে। বিভক্তি বা প্ৰত্যয়ৰ যোগত অসমীয়া সন্ধি অপৰিহাৰ্য, কিন্তু এই সন্ধিৰ নিয়মো সংস্কৃত সন্ধিৰ নিয়মৰ সৈতে নিমিলে। শব্দৰ বা পদৰ লগত সন্ধি অসমীয়া ভাষাত অপৰিহাৰ্য নহয়।<ref>ৰচনা সঞ্চয়ন, ড॰ দাস আৰু ড॰ ভট্টাচাৰ্য, পৃষ্ঠা নং ২০</ref><ref>অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ, পৃঃ ৩১</ref>
 
==স্বৰসন্ধি==
==পৰোপকাৰ==
{{Main|অসমীয়া স্বৰসন্ধি}}
অসমীয়া ভাষাত সাধাৰণতে প্ৰত্যয় যোগ হ'লে সন্ধি হোৱা দেখা যায়। শব্দ বা ধাতুৰ পাছত যোগ হোৱা প্ৰত্যয় যেনে আলি, অ আদিৰ ক্ষেত্ৰত ধাতু বা শব্দৰ অন্তত থকা স্বৰ প্ৰত্যয়ৰ প্ৰথম স্বৰ একে হ'লে, ধাতু বা শব্দৰ শেষৰ অ, আ, উ, ওৰ লগত প্ৰত্যয়ৰ আৰম্ভণিৰ অৰ আদিৰ ক্ষেত্ৰত সন্ধি হয়।<ref>ৰচনা সঞ্চয়ন, ড॰ দাস আৰু ড॰ ভট্টাচাৰ্য, পৃষ্ঠা নং ২০</ref>
22 নং শাৰী:
* ন-এৰ + এ = নেৰে আদি
 
==ব্যঞ্জন সন্ধি==
==পৰোপকাৰ==
অসমীয়া ব্যঞ্জন সন্ধি তদ্ভৱ শব্দৰ সৈতে বা বিভক্তিৰ ক্ষেত্ৰত, প্ৰথম শব্দ সংখ্যা বাচক হ'লে আৰু অন্তিম শব্দ নিৰ্দিষ্ট বাচক হোৱাৰ ক্ষেত্ৰত, প্ৰত্যয় যোগ কৰাৰ ক্ষেত্ৰ আদিত দেখা যায়।
 
"https://as.wikipedia.org/wiki/সন্ধি"ৰ পৰা অনা হৈছে