বিপৰীতাৰ্থক শব্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
12 নং শাৰী:
* অভাৱ:উভৈনদী
* আদান:প্ৰদান
* আদি : অন্ত
* ইহকাল :পৰকাল
* অনুৰাগ :বিৰাগ
* আপোন :পৰ
* কেতিয়া :যেতিয়া
* আৰম্ভ :শেষ
* আচামী :ফৰিয়াদী
* আপদ :নিৰাপদ(সম্পদ)
* আদৰ :অনাদৰ
* আশা :নিৰাশা
* ইষ্ট :অনিষ্ট
* ইচ্ছা : অনিচ্ছা
* জাৰ:জহ
* ইহলোক :পৰলোক
* আনন্দ:নিৰানন্দ
* ইতি :আৰম্ভণি
* উচ্চ :নীচ
* উন্নতি : অধোন্নতি,অৱনতি
* উন্নত : অনুন্নত
* ওখ :চাপৰ
* ভয় :অভয় ,নিৰ্ভয়,সাহ
* জয় : পৰাজয়
* জন্ম : মৃত্যু
* জাৰ : জহ
* আনন্দ :নিৰানন্দ
* টান:ঢিলা
* মিঠা:তিতা