যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

better image
No edit summary
67 নং শাৰী:
 
==প্ৰতিষ্ঠা==
১৮৬৭ চনত জৰ্জ ৱিলিয়ামছন, নামৰ এজন উচ্চ ব্ৰিটিছ প্ৰশাসনিক বিষয়াই [[যোৰহাট জিলা|যোৰহাট]] আৰু [[গোলাঘাট জিলা]]ত শিক্ষা প্ৰসাৰৰ বাবে এক লাখ টকা সাহায্য আগবঢ়ায়। এই পুঁজিৰ সহায়তেই ১৮৭৬ চনত আঠজন ছাত্ৰৰ সৈতে ''ৱিলিয়মছন আৰ্টিজান স্কুল'' (Williamson Artizan School) প্ৰতিষ্ঠা কৰা হয়। চৰকাৰী নিৰ্দেশমতে [[ক’হিমা]]ত এখন বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। কিন্তু ছাত্ৰৰ অভাৱত বিদ্যালয়খন বন্ধ ৰখা হয়। পাছত যোৰহাটত এখন বিদ্যালয়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়। ১৮৮৩ চনত ক’হিমাৰ বিদ্যালয়খন যোৰহাটলৈ স্থানান্তৰ কৰা হয় আৰু ইয়াক ৱিলিয়ামছন স্কুলৰ লগত একেলগ কৰা হ’ল। বৰ্তমান এই বিদ্যালয়খন '''যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়''' নামেৰে জনাজাত।
 
==কৃতিত্ব==
122 নং শাৰী:
*[[জিতেন্দ্ৰনাথ গোস্বামী|ড॰ জিতেন্দ্ৰ নাথ গোস্বামী]], বিজ্ঞানী
*জিতেন্দ্ৰ গোপাল বৰপূজাৰী, অৰ্থনীতিবিদ
*ডাঃ [[ধ্ৰুৱজ্যোতি বৰা]], [[যোৰহাট চিকিৎসা মহাবিদ্যালয়]]ৰ  প্ৰাক্তন অধ্যক্ষ<ref name="জনমভূমি" />
 
==লগতে চাওক==