সন্তান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''সন্তান''' ({{lang-en|Santa}}) ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চ...
 
No edit summary
1 নং শাৰী:
{{Infobox film
| name = সন্তান<br/> Santan
| image =
| image size =
| alt =
| caption =
| director = [[অমৰ পাঠক]]
| producer = পবন বৰুৱা, খনীন্দ্ৰ চৌধুৰী, অনিল বৰুৱা, কমলাৰাণী পাঠক
| writer =
| screenplay = অমৰ পাঠক
| story = অমৰ পাঠক
| based on =
| narrator =
| starring = [[নিপন গোস্বামী]]<br/>ইভা আচাও
| music =[[প্ৰভাত শৰ্মা]]
| choreography =
| cinematography = শঙ্কৰ বেনাৰ্জী
| editing = মধুসূদন বেনাৰ্জী
| studio =
| distributor =
| released = ১৫ ডিচেম্বৰ ১৯৭৪
| runtime =
| country = [[ভাৰত]] {{flagicon|IND}}
| language = [[অসমীয়া]]
| budget =
| gross =
}}
 
'''সন্তান''' ({{lang-en|Santa}}) ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা [[অসমীয়া চলচ্চিত্ৰ]]। লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছিল অমৰ পাঠকে। সঙ্গীত [[প্ৰভাত শৰ্মা]]ৰ।<ref name="arun">{{cite book | title=১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত | publisher=Shashi Shisu Prakashan, Guwahati | author=Das Arunlochan | year=2013 | pages=226}}</ref>
==অভিনয় শিল্পী==
*[[বিজয় শঙ্কৰ]]
*[[ইভা আচাও]]
*[[নিপন গোস্বামী]]
*অনুজা দেৱী
*বীণা দাস মান্না
Line 11 ⟶ 39:
*বেনাৰ- লাচিত চিত্ৰম
*শব্দ গ্ৰহণ- অৱনী চেতাৰ্জী, সৰোজ ইটালীয়া, কালি দাস
*সংলাপ- অমৰ পাঠক
 
==সংগীত==
সঙ্গীত পৰিচালনা [[প্ৰভাত শৰ্মা]]ৰ। এইখন তেওঁৰ সঙ্গীত পৰিচালনা কৰা প্ৰথম ছবি। অৱশ্যে ইয়াৰ আগত অচ্যুত লহকৰৰ ব্লেকমানি নামৰ ছবি এখনত সঙ্গীত পৰিচালনা কৰিছিল যদিও সেইখনে মুক্তি নাপালে।<ref name="bolchabi">{{Cite book |authors=Babul Das |year=1985 |title=অসমীয়া বোলছবিৰ গীতৰ সংকলন |pages=216 |publisher=Bani Mandir, Dibrugarh |accessdate=2020-06-03}}</ref>
"https://as.wikipedia.org/wiki/সন্তান"ৰ পৰা অনা হৈছে