ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
21 নং শাৰী:
* [[পতঞ্জলি]]ৰ মতে, "মুখেৰে উচ্চাৰণ কৰা ধ্বনিৰ সহায়ত মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰা আহিলাই হৈছে ভাষা।"<ref name="karabi"/><ref name="upk"/>
* [[উপেন্দ্ৰনাথ গোস্বামী]]ৰ মতে, "কোনো জন-সমষ্টিয়ে প্ৰণালীবদ্ধ আৰু যাদৃচ্ছিক স্পষ্ট ধ্বনি প্ৰতীকৰ দ্বাৰা পৰস্পৰে সহযোগিতা কৰি দৈনন্দিন জীৱনৰ কাৰ্য চলোৱা প্ৰথাৰ নাম ভাষা।"<ref name="upendra"/><ref name="karabi"/>
* [[গোলোকচন্দ্ৰ গোস্বামী]]ৰ মতে, "ভাষা মানুহৰ মনৰ ভাৱভাব আদান- প্ৰদানৰ উদ্দেশ্যে বাগিন্দ্ৰীয়ৰে উচ্চাৰণ কৰা সু-সংগঠিতসুসংগঠিত,সু-পৰিকল্পিত ধন্যাত্মকসুপৰিকল্পিত সংকেতধন্যাত্মক বিশেষ।সংকেতবিশেষ। মানুহৰ মনৰ ভাৱভাব আৰু চিন্তাৰ শ্ৰুয়মানশ্ৰূয়মাণ প্ৰতীকেই ভাষা।"<ref name="karabi"/>
 
ওপৰৰ সংজ্ঞাসমূহৰ পৰা এটি ধাৰণাৰ কৰিব পাৰি যে- মানুহে নিজ ইচ্ছাৰে বাগিন্দ্ৰীয়ৰ দ্বাৰা উচ্চাৰিত কৰা সু-সংগঠিত, সু-পৰিকল্পিত আৰু যাদৃচ্ছিক প্ৰতীকৰ অৰ্থবহ এক পদ্ধতি, যাৰ দ্বাৰা বিশেষ জনসমষ্টিয়ে পৰস্পৰে ভাৱৰ আদান-প্ৰদান কৰি দৈনন্দিন জীৱনৰ কাৰ্য চলায়।
"https://as.wikipedia.org/wiki/ভাষা"ৰ পৰা অনা হৈছে