সন্তান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Infobox film
| name = সন্তান<br/> Santaan
| image = Santaan.as.film.jpg
| image size =
| alt =
27 নং শাৰী:
}}
 
'''সন্তান''' ({{lang-en|Santaan}}) ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা [[অসমীয়া চলচ্চিত্ৰ]]। লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছিল অমৰ পাঠকে। সঙ্গীত [[প্ৰভাত শৰ্মা]]ৰ। ইয়াত সঠিক পথ-নিৰ্দেশনাৰ অভাৱ আৰু অনিশ্চিত ভৱিষ্যতে উচ্ছৃংখল, অস্থিৰ কৰি তোলা এচাম যুৱকৰ কাহিনী বৰ্ণনা কৰা হৈছে। সন্তানসকলক উপযুক্ত নাগৰিক কৰি গঢ়ি তুলিবলৈ যি সুস্থ অৰ্থনৈতিক আৰু সামাজিক পৰিবেশৰ দৰকাৰ, সেই পৰিবেশ গঢ়াত সকলোৰে কম-বেছি দায়িত্ব আছে। সেয়েহে মাতৃস্নেহৰ অপৰিসীম বলেৰে বিধবা ললিতাই জীৱন, বিনয়হঁতৰ মানসিক বিভ্ৰান্তি দূৰ কৰিবলৈ চেষ্টা কৰিছে। ললিতাই সিহঁতক নিজহাতে শ্ৰম কৰি এখন নতুন সমাজ গঢ়িবৰ বাবে আহ্বান জনাইছে।<ref name="arun">{{cite book | title=১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত | publisher=Shashi Shisu Prakashan, Guwahati | author=Das Arunlochan | year=2013 | pages=226}}</ref>
==অভিনয় শিল্পী==
*[[বিজয় শঙ্কৰ]]
"https://as.wikipedia.org/wiki/সন্তান"ৰ পৰা অনা হৈছে